--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : মাছ-মাংসৰ প্ৰতি বিশেষভাৱে আগ্ৰহী নেকি আপুনি? অত্যাধিক আমিষ খাদ্যই কেতিয়াবা আপোনাৰ শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ বৰ্তমান সময়ত বিভিন্ন বেমাৰ-আজাৰৰ পৰা হাত হাৰিবলৈ বেছিভাগে নিৰামিষ আহাৰ গ্ৰহণৰ সিদ্ধান্ত লোৱা দেখা যায়৷ 

চিকিৎসক তথা গৱেষকসকলৰ মাতে নিৰামিষ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি উত্তম। নিৰামিষভোজীসকলৰ হৃদযন্ত্ৰৰ দ্বাৰা সন্মুখীন হোৱা মৃত্যুৰ সম্ভাৱনা এক-তৃতীয়াংশ লৈকে কম হ'ব পাৰে৷
কৰ্কট ৰোগৰ বিপদাশংকা হ্ৰাস কৰে। 
দুই প্ৰকাৰ ডায়বেটিচ প্ৰতিৰোধ কৰে। 
ৰক্তচাপ হ্ৰাস কৰে। 
হাপানীৰ লক্ষণ হ্ৰাস হয়। 
হাড়ৰ স্বাস্থ্য বৃদ্ধি কৰে।

উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিলৈকে আমিষ খাদ্য খোৱা নাই। তেওঁ বিশুদ্ধ নিৰামিষ আহাৰ খায়। তেওঁ গুজৰাটী খাদ্য খাবলৈ ভাল পায় আৰু তেওঁ খিচিড়ি খাবলৈ ভাল পায়৷ তেওঁ সুস্বাস্থ্যৰ বাবে সদায়ে নিৰামিষ ভোজন গ্ৰহণ কৰে৷

ইয়াৰ উপৰি বলীউডৰ বিগ বি খ্যাত অমিতাভ বচ্চনেও নিৰামিষ আহাৰ গ্ৰহণত বিশেষ গুৰুত্ব প্ৰদান কৰে৷ যাৰ বাবে তেওঁ এই বয়সতো সক্ৰিয় আৰু ফিট পৰিলক্ষিত হয়৷ তেওঁলোকৰ উপৰি বলীউডৰ বহু অভিনেতা-অভিনেত্ৰী, খেলুৱৈ, ৰাজনীতিকেও নিৰামিষ আহাৰক উৎকৃষ্ট বুলি গণ্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ