--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰাচিটামল হৈছে এক যাদুকৰী ঔষধ। মুৰৰ বিষৰ পৰা ভৰিৰ বিষলৈকে - এই ঔষধ সকলো বেমাৰত এইবিধ ঔষধ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, জ্বৰৰ ক্ষেত্ৰত এই ঔষধ খুবেই উপকাৰী। এই ঔষধৰ কাৰ্যকৰীতা কেৱল প্ৰাপ্তবয়স্ক লোকেই নহয়, শিশুসকলকো ক'ব পাৰি। সেইবাবে এই ঔষধবিধ আজিকালি বহুতেই জনপ্ৰিয় হৈ পৰিছে। পেৰাচিটামল নামেৰে এইবিধ ঔষধ বজাৰত উপলদ্ধ হয়। এই ঔষধৰ মুখ্য উপাদান হৈছে পেৰাচিটামল। এই ঔষধবিধ ক্ৰয় কৰিবলৈ কোনো বিশেষ প্ৰেছক্ৰিপশ্বন নালাগে। যিকোনো ব্যক্তিয়ে সহজে এই ঔষধ ক্ৰয় কৰিব পাৰে। অৱশ্যে, প্ৰতিদিনে এইবিধ ঔষধ সেৱন কৰিলে আপোনাৰ সমস্যও হ'ব পাৰে। কিয়নো বহুতো অধ্যয়নত কোৱা হৈছে যে এই ঔষধ বিশেষকৈ হৃদযন্ত্ৰ আৰু ষ্ট্ৰোকৰ সমস্যাত ভুগি থকা লোকসকলে সচেতনভাৱে গ্ৰহণ কৰিব লাগে। অধ্যয়নটো এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত কৰা হৈছিল। বিশ্ববিদ্যালয়ৰ গৱেষকসকলে উচ্চ ৰক্ত চাপ থকা ১১০ জন ৰোগীৰ ওপৰত অধ্যয়ন কৰিছিল। এই লোকসকলক দিনত ৪ বাৰ কৈ ১ গ্ৰাম পেৰাচিটামল ঔষধ দিয়া হৈছিল। দেখা যায় যে ৪ দিনৰ পিছত, এই লোকসকলৰ ৰক্তচাপ বৃদ্ধি পাইছিল। এই গৱেষণাই এইটোও পৰামৰ্শ দিয়ে যে যিসকলে প্ৰায়ে বিষৰ বাবে পেৰাচিটামল গ্ৰহণ কৰে তেওঁলোক অধিক সাৱধান হ'ব লাগে। অধ্যাপক জেমছ ডিয়েৰে কৈছিল লগতে ক'য় যে পেৰাচিটামল গ্ৰহণ কৰাৰ ২ সপ্তাহৰ ভিতৰত, ৰক্তচাপ বৃদ্ধি হয়। ৰক্তচাপ বৃদ্ধি হোৱাৰ ফলত, ষ্ট্ৰোক বা হৃদৰোগৰ সমস্যা হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ