--°C
Loading...
Listen to Article
2 min read
80%
৩০ ব'হাগ, শনিবাৰ ইং ১৪মে, ২০২২

১. মেষ ৰাশি :-  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ শুভ কৰ্মলৈ নিমন্ত্ৰিত হ'ব পাৰে৷ সামান্য কৰ্মস্থান পৰিৱৰ্তনৰ যোগ দেখা যায়। 

২. বৃষ ৰাশি :- বৃষ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হ'ব৷ ব্যৱসায়ত উন্নতি৷ লগতে সন্মান বৃদ্ধিৰ যোগ দেখা যায়।  

৩. মিথুন ৰাশি :- মিথুন ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত কৰ্মত সফল হ'ব৷ যদিও আজি আপোনাৰ মনত সামান্য অহংকাৰী ভাৱ আহিব পাৰে লগতে মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱা ভাল।

৪. কৰ্কট ৰাশি :- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ৷ কৰ্মত জনপ্ৰিয়তা লাভ৷ প্ৰেমত সামান্য জতিলতাৰ সৃষ্টিৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ :- সিংহ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ  দিনটোত শুভ সংবাদ লাভ কৰিব৷ মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। 

৬. কন্যা ৰাশি :- কন্যা ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ বন্ধু লাভ লগতে আজি সন্মান বৃদ্ধিৰ যোগ দেখা যায়।

৭. তুলা ৰাশি :- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব৷ সুখ বৃদ্ধিৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি :- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ'ব৷ সজাগ নহলে সামান্য ব্যয় বাঢ়িব লগতে আজি কৰ্ম পৰিৱৰ্তনৰ যোগ দেখা যায়।

৯. ধনু ৰাশি :- ধনু ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ ৰোগাৰোগ্য হ'ব৷ সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য প্ৰতাৰিত হোৱাৰ যোগ দেখা যায়। 

১০. মকৰ ৰাশি :- মকৰ ৰাশি জাতক-জাতিকাৰ আজিৰ দিনটোত কৰ্মত আদৰ্শগত মনোভাৱ বাঢ়িব৷ সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হ'ব৷ লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ  হোৱাটো ভাল হ'ব। 

১১. কুম্ভ ৰাশি :- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব৷ সমস্যাৰ সমাধান হ'ব৷ সজাগ নহলে কৰ্মত সামান্য গুৰুত্ব কমিব পাৰে। 

১২. মীন ৰাশি :- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ, সন্মান বাঢ়িব, কৰ্মত সফল হ'ব৷ প্ৰেমৰ ক্ষেত্ৰত সজাগ হোৱা ভাল হ'ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ