--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ ফেশ্বন উইকত জীৱন্ত পখিলা পিন্ধি ৰেম্পত খোজ কাঢ়িছিল মডেলসকলে। ফিক্সড ফেশ্বনৰ বাহিৰত ড্ৰেছমেকাৰৰ এই নতুন ধাৰণাটোৱে বহুতৰে হৃদয় জয় কৰিছিল।

এইবাৰ সেই চিন্তাৰ ছাঁ চেন্নাইত অনুষ্ঠিত ফেশ্বন শ্ব’ত দেখা গ’ল। মডেলগৰাকীয়ে জলপৰীৰ দৰে সাজ-পোছাক পিন্ধি পেটৰ সন্মুখত এটা ঘূৰণীয়া পাত্ৰত জীয়া মাছ লৈ ফুৰে।

ছ’চিয়েল মিডিয়াত মডেলগৰাকীৰ ভিডিঅ’ বিয়পি পৰাৰ লগে লগে আৰম্ভ হ’ল হুলস্থুল। কিছুমানে এই নতুন ধাৰণাটোক প্ৰশংসা কৰিছে। বহুতে এই ধাৰণাক লৈ চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে। এজন ব্যক্তিয়ে লিখিছে, "জীৱ-জন্তু-চৰাই-পোক-পৰুৱাৰ সৈতে এনে শিশুসুলভ খেল বন্ধ কৰক।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement