--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰপতি দ্রোপদী মুৰ্মৰ অসম ভ্রমণ বাতিল হৈছে।ৰাষ্ট্ৰপতিগৰাকীয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ৰাজ্য চৰকাৰক অৱগত কৰে।

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি দ্রোপদী মুৰ্মৰ অসম ভ্রমণ বাতিল হৈছে। অহা ১২ জুনত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব লগীয়া শংকৰদেৱ বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু ৰাষ্ট্ৰপতিগৰাকীয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ৰাজ্য চৰকাৰক অৱগত কৰে। 


ইয়াৰ পূৰ্বেও পহলগামৰ ঘটনাৰ বাবে এবাৰ ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্রমণ বাতিল কৰা হৈছিল। ইফালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মংগলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্রমণ বাতিল হোৱা বিষয়টো আলোচনা কৰা হয়। বৈঠকত সিদ্ধান্ত লোৱা হয় যে ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা অহা ১২ জুনতে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ'ব। এইবাৰ বঁটা প্ৰদান কৰিব ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই। 


দেশৰ প্ৰসিদ্ধ ধ্রুপদী নৃত্যশিল্পী সোণাল মানসিঙক এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত নগদ পাঁচ লাখ টকাৰ লগতে প্রশস্তিপত্র প্রদান কৰা হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ