--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ দ্বিতীয় স্তৰৰ পেছাদাৰী ফুটবল লীগ 'আই-লীগ' পোন প্ৰথম বাৰৰ বাবে কাৰ্বি আংলং জিলাত অনুষ্ঠিত হৈ যায়।কাৰ্বি আংলং জিলাত প্ৰথমবাৰ অনুষ্ঠিত হোৱা আই লিগ-৩ ৰ গ্ৰুপ ডি খেল বুধবাৰে সামৰণি পৰে ৷

আই-লিগ-৩ ছেপ্তেম্বৰ ৩ তাৰিখৰ পৰা ডিফুৰ কাছা ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায়৷ দেশৰ আগশাৰীৰ পেচাদাৰী এই ৩ গ্ৰুপ ডি ৰ খেলত দুটাকৈ ফুটবল ক্লাবৰ ৰ ফাইনেল ৰাউণ্ড খেলাৰ যোগ্যতা অৰ্জনকৰিছিল৷ ফাইনেল ৰাউণ্ড খেলাৰ যোগ্যতা অৰ্জন কৰিছিল মণিপুৰৰ ক্লাছা এফচি আৰু অসমৰ মৰ্ণিংষ্টাৰ এফচি'য়ে৷ 

আই-লিগ-৩ ৰ গ্ৰুপ ডি  খেলৰ দিবা নৈশ অন্তিম দুখন খেল বুধবাৰে অনুষ্ঠিত হৈছিল৷ এখনত ক্লাছা এফচি’য়ে ইলাট এফচি’ক ১-০ গ’লত পৰাস্ত কৰি ডি গ্ৰুপৰ শ্ৰেষ্ঠ দলৰ যোগ্যতা অৰ্জনকৰিছিল৷ আনখনত ভুনা এফচি’ক ৮-০ গ’লত পৰাস্ত কৰি দ্বিতীয় শ্ৰেষ্ঠ দলৰ যোগ্যতা অৰ্জন কৰিছিল মৰ্ণিং ষ্টাৰ এফচি’য়ে৷ মুঠতে গ্ৰুপ ডি ৰ খেলত ক্লাছা এফচি’য়ে ১০ নম্বৰ আৰু মৰ্ণিং ষ্টাৰ এফচি’য়ে লাভ কৰে ৯ নম্বৰ লাভ কৰিছিল৷ উল্লেখযোগ্য যে ডিফুত অনুষ্ঠিত আই-লিগ-৩ ৰ গ্ৰুপ ডি ত পাঁচটা এফচি’ৰ মাজত অনুষ্ঠিত হৈছিল খেল৷ 

প্ৰসংগ ক্ৰমে ‘আই-লিগ’ ভাৰতৰ দ্বিতীয় স্তৰৰ পেচাদাৰী ফুটবল লীগ, আৰু লীগ এই অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে(AIFF)আয়োজন কৰে।  হৈছিল নেচনেল ফুটবল লীগৰ পাছতে ২০০৭ চনত স্থাপন কৰা হৈছিল ‘আই-লিগ’। এই লীগত দেশৰ বিভিন্ন প্ৰান্তৰ ১২ টা ক্লাবে অংশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে আইজল এফ চিয়ে ২০১৬-২০১৭ চিজনত আই-লিগ খিতাপ জয় কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম ক্লাব হিচাপে পৰিগণিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ