--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখী দাম্পত্য জীৱনৰ বাবে পতি-পত্নীৰ মাজৰ বয়সৰ ব্যৱধানেও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিবাহৰ ক্ষেত্ৰত দুয়োৰে বয়সৰ পাৰ্থক্য গুৰুত্বপূৰ্ণ বুলি দাবী কৰিছে মনোবিজ্ঞানীয়ে। এই বিষয়টোক লৈ বৰ্তমান মনোবিজ্ঞানীসকল গৱেষণাত ব্যস্ত হৈ আছে। কিছুমানে কয় যে স্বামী-স্ত্ৰীৰ বয়সৰ পাৰ্থক্য যিমানেই বেছি হয় সিমানেই সংসাৰ সুখৰ হয় আৰু কিছুমানে কয় যে স্বামী-স্ত্ৰীৰ বয়সৰ পাৰ্থক্য যিমানেই কম হয় সিমানেই সুখী বৈবাহিক জীৱন-যাপন কৰিব পাৰি। কিন্তু এই ক্ষেত্ৰত কি কয় মনোবিজ্ঞানীসকলে?
 শেহতীয়াকৈ কৰা এক গৱেষণাত পোহৰলৈ আহিছে যে সুখী দাম্পত্য জীৱনৰ বাবে স্বামী-স্ত্ৰীৰ বয়সৰ পাৰ্থক্য কম হোৱা ভাল। যি দম্পতীৰ বয়সৰ পাৰ্থক্য এবছৰৰ পৰা তিনিবছৰৰ ভিতৰত তেওঁলোক আনতকৈ বেছি সুখী বুলি গৱেষণাই দাবী কৰিছে। যিসকলৰ মাজত চাৰি-ছয় বছৰৰ ব্যৱধান আছে তেওঁলোকো সুখী কিন্তু এবছৰৰ পৰা তিনিবছৰৰ ভিতৰত বয়সৰ পাৰ্থক্য থকা সকল সকলোতকৈ সুখী। বয়সৰ ব্যৱধান বৃদ্ধি হোৱাৰ লগে লগে সংসাৰখনত সুখৰ পৰিমাণ কমি যায়। অৰ্থাৎ বয়সৰ ব্যৱধান বৃদ্ধি হোৱাৰ লগে লগে বৈবাহিক সুখ কমি যায়।
 আমেৰিকাত গৱেষকৰ দলটোৱে কৰা সমীক্ষাৰ পৰা এই গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। ছবছৰতকৈ বেছি ব্যৱধান হৈ গ'লে স্বামী-স্ত্ৰীসকলৰ মাজত সংসাৰৰ মধুৰতা অলপ হলেও হ্ৰাস পায় বুলি গৱেষকে জনাইছে। 

তেওঁলোকে লগতে কয় যে এনেকুৱা নহয় যে ১০ বা তাতোকৈ বেছি বছৰৰ ব্যৱধান থাকিলে কোনো সুখী হ'ব নোৱাৰিব মাত্ৰ তেনেকুৱা সংসাৰৰ উদাহৰণ খুব কমেইহে দেখা যায় সমাজত। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ