--°C
Loading...
Listen to Article
2 min read
80%



ডিজিটেল ডেস্কঃ  ভূপালৰ আইছবাগ অঞ্চলত ঘটিছে এক অঘটন। ঘৰুৱা বিবাদৰ বাবে পত্নী বিনীতা আৰু পত্নীৰ ভনীয়েকক দাৰে ঘফিয়াই  হত্যা কৰে আৰক্ষী বিষয়া যোগেশ মাৰাৱীয়ে। ঘটনাৰ পিছতে পলায়ন কৰে অভিযুক্তই। আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে অভিযুক্তৰ সন্ধানত কেইবাটাও দল মোতায়েন কৰা হৈছে।



তথ্য অনুসৰি এ এছ আই যোগেশ মাৰাৱীৰ পত্নীৰ সৈতে বিবাদ চলি আছিল।  যোগেশৰ পত্নী বিনীতাই  আইছবাগ থানা এলেকাৰ প্ৰভাত পেট্ৰল পাম্পৰ সমীপত ভগ্নীৰ সৈতে ভাড়াতীয়া ফ্লেটত বাস কৰিছিল। যোগেশৰ পত্নীৰ লগত কিছুদিনৰ পৰা কাজিয়া চলি আছিল। সোমবাৰে পুৱা ঘৰৰ বনকৰা মহিলাঘৰাকী ফ্লেটলৈ আহিছিল।


ইয়াৰ পিছত যোগেশৰ পত্নী বিনীতাই বনকৰা মহিলাগৰাকীৰ বাবে দুৱাৰখন খুলি দিলে। ইফালে যোগেশেও ফ্লেটটোত প্ৰৱেশ কৰিলে। তাৰ পিছত যোগেশ আৰু বিনীতাৰ মাজত কাজিয়া আৰম্ভ হয় আৰু যোগেশে পত্নী বিনীতাক দাৰে আক্ৰমণ কৰে। বিনীতাৰ চিঞৰ শুনি ভনীয়েকে তেওঁক বচাবলৈ আহিছিল যদিও যোগেশে তেওঁকো দাৰে আক্ৰমণ কৰিলে। সকলো ইমান খৰধৰকৈ হৈ গ’ল যে কোনোৱে একো বুজি পোৱাৰ আগতেই বিনীতা আৰু তেওঁৰ ভনীয়েকৰ মৃত্যু হ’ল।



ইয়াৰ পিছতে বনকৰা মহিলাগৰাকীয়ে ওচৰ-চুবুৰীয়াক খবৰ দিয়ে, তাৰ পিছত আইছবাগ থানাৰ দলটো সেই স্থানত উপস্থিত হয়। বিষয়টোৰ ভয়াবহতা দেখি আৰক্ষী আয়ুক্তই ঘটনাস্থলী পৰিদৰ্শন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ