--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰকৃতিয়ে আমাক বিচৰা সকলোখিনি প্ৰদান কৰে। একেদৰে এটা সুস্থ জীৱন যাপনৰ বাবেও প্ৰকৃতিৰ সমৰ্থন অতি গুৰুত্বপূৰ্ণ। সময়ৰ অভাৱ হ’লে মাত্ৰ ঘাঁহনিত খালী ভৰিৰে অলপ সময় খোজকাঢ়িলেও যথেষ্টখিনি উপকাৰ পোৱা যায়। এই কথাও এক গৱেষণাত প্ৰকাশ পাইছে। জাৰ্নেল অব এনভাইৰনমেণ্ট এণ্ড পাব্লিক হেল্থত প্ৰকাশিত এক অধ্যয়ন অনুসৰি আজিৰ মানুহে পৰিৱেশৰ লগত কোনো সম্পৰ্ক নথকাৰ বাবেই আটাইতকৈ বেয়া সময়ত জীৱন কটাবলগীয়া হৈছে। এই অধ্যয়নত কোৱা হৈছে যে যদি কোনো ব্যক্তি পৃথিৱীৰ ইলেক্ট্ৰনৰ লগত সংলগ্ন হৈ পৰে তেন্তে তেওঁৰ জীৱনত বহু ধৰণৰ মানসিক পৰিৱৰ্তন ঘটে।

 ঘাঁহনিৰ ওপৰত খালী ভৰিৰে খোজকঢ়াৰ উপকাৰিতা-

* পুৱাই সেউজীয়া ঘাঁহনিত খালী ভৰিৰে খোজকাঢ়িলে মানসিক শান্তি পোৱা যায়।

 * আজিৰ সময়ত প্ৰতিজন ব্যক্তিয়ে দুৰ্বল টোপনিৰ সমস্যাৰে যুঁজি আছে। এনে অৱস্থাত প্ৰতিদিনে কমেও আধা ঘণ্টা ঘাঁহনিৰ ওপৰত খোজকঢ়াৰ অভ্যাস কৰক।

 * প্ৰতিদিনে ঘাঁহনিৰ ওপৰত খালী ভৰিৰে খোজকাঢ়িলে হৃদযন্ত্ৰৰ বহুত উপকাৰ হয়। ঘাঁহনিৰ ওপৰত খোজকাঢ়িলে হৃদস্পন্দন আৰু ৰক্তচাপৰ ভাৰসাম্য ৰক্ষা হয়।

 * ঘাঁহনিৰ ওপৰত খালী ভৰিৰে খোজকাঢ়িলেও চকু সুস্থ হৈ থাকে। কোৱা হয় যে ঘাঁহনিৰ ওপৰত খোজ কাঢ়িলে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ