--°C
Loading...
Listen to Article
2 min read
80%
মেষ ৰাশি – কথা বতৰা, ব্যবহাৰত মধুৰতা প্ৰকাশ পাব। দুৰ্যোগ আতৰিব। ক্ৰীড়া ক্ষেত্ৰত সুখ্যাতি। শুভ ৰং বগা, শুভ সংখ্যা ৯।

বৃষৰাশি – কৰ্তব্যৰ প্ৰতি নিষ্ঠা, দায়বদ্ধতা প্ৰকাশ পাব। কবি-সাহিত্যিক-শিল্পীৰ সুখ্যাতি। দুৰ্ঘটনাৰ আশংকা। শুভ ৰং ৰূপালী, শুভ সংখ্যা ১।

মিথুনৰাশি – মনত বহু প্ৰশ্ন বা অভিমানৰ উদ্ৰেক ঘটিব। শৰীৰৰ প্ৰতি নজৰ ৰাখিব। প্ৰেমত শংকা। শুভ ৰং বগা, শুভ সংখ্যা ৪।

কৰ্কটৰাশি– কামৰ হেঁচা বাঢ়িব। আপোনাৰ সহজ সৰল স্বভাৱৰ আনে সুযোগ লব। শত্ৰু কমিব। শুভ ৰং সোণালী, শুভ সংখ্যা ৮।

সিংহ ৰাশি – চৰকাৰী যোগাযোগত কাম কাজ আগবাঢ়িব। সততা প্ৰধান অস্ত্ৰ। স্বাস্থ্যৰ অৱনতি। অৰ্থৰ প্ৰয়োজন অধিক হব। শুভ ৰং বগা শুভ সংখ্যা ২।

কন্যা ৰাশি– আনৰ প্ৰিয়ভাজন হব। প্ৰেমত শুভ। আত্মবিশ্বাস বাঢ়িব। ভ্ৰমণৰ সুযোগ। ক্ৰোধ বৃদ্ধি পাব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭ ।

তুলাৰাশি – ঘৰুৱা অশান্তি। খঙৰ ওপৰত সংযম ৰাখক। গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা । শুভ ৰং মুগা, শুভ সংখ্যা ১।

বৃশ্চিক ৰাশি – কৰ্মত উন্নত। শুভ বাৰ্তাৰ সংযোগ। যোগ্যতা অনুসৰি উচিত ফল লাভ। সন্তানৰ চিন্তা বৃদ্ধি। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

ধনু ৰাশি – চিত্ৰকৰৰ সুখ্যাতি। কৰ্তব্যৰ প্ৰতি নিষ্ঠা। কোনো আত্মীয়ৰ ফালৰ পৰা দুঃসংবাদ পাব পাৰে। শুভ ৰং মাখন, শুভ সংখ্যা ৬।

মকৰ ৰাশি – পৰিয়ালৰ প্ৰতি দ্বায়বদ্ধতা বৃদ্ধি। নতুন বাৰ্তা লাভৰ সংকেত। ভগ্ন স্বাস্থ্য। জীৱন সংগীৰ ফালৰ পৰা কোনো শুভ সংবাদ পাব। শুভ ৰং নীলা, শুভ সংখ্য়া ১।

কুম্ভৰাশি – জেদ ভাৱ এৰাই চলিব। আত্মীয়ৰ সৈতে মনোমালিন্যৰ সম্ভাৱনা। ক্ৰোধ সম্বৰণ কৰক, কথা বতৰাত সাৱধান হওক। শুভ ৰং বগা, শুভ সংখ্যা ৭।

মীন ৰাশি – কৰ্মত অন্যমনস্ক নোহোৱাটো শ্ৰেয়। অশুভ সংবাদৰ সম্ভাৱনা। পেটৰ সমস্যা হব পাৰে। খং কমাওক। শুভ ৰং বগা, শুভ সংখ্যা ৩।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ