--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ সিন্ধু প্রদেশৰ ৬৮গৰাকী হিন্দু ভক্তৰ এটা দল বৃহস্পতিবাৰে প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত হয়। এইসকলৰ ভিতৰত প্ৰায় ৫০গৰাকীৰ বাবে এইটো হৈছে মহাকুম্ভৰ প্ৰথম অভিজ্ঞতা। 

পাকিস্তানৰ পৰা অহা ভক্ত গোবিন্দ ৰাম মাখিজাই কয় যে বিগত দুই-তিনি মাহ ধৰি তেওঁলোকে মহাকুম্ভৰ কথা শুনি অতি উৎসাহী হৈ আছিল। উল্লেখযোগ্য যে বিগত বৰ্ষৰ এপ্রিল মাহত পাকিস্তানৰ পৰা ২৫০জন ভক্তই প্রয়াগৰাজলৈ আহি গংগাত স্নান কৰিছিল।

প্ৰয়াগৰাজত উপস্থিত হোৱা এই ভক্তৰ দলটো পাকিস্তানৰ সিন্ধু আৰু পঞ্জাব প্ৰান্তৰৰ বাসিন্দা । বিশেষ ভিছাৰে সহায়ত তেওঁলোকে এই সংগম স্থানত উপস্থিত হয় ৷ পাকিস্তানৰ পৰা অহা দলটোৰে মহন্ত ৰামনাথ নামৰ এজনে কয় যে এই পবিত্ৰ স্থানত উপস্থিত হোৱাৰ পূৰ্বে তেওঁলোক সকলোৱে হৰিদ্বাৰলৈ গৈছিল ।

হৰিদ্বাৰৰ পৰা আহি পাকিস্তানৰ এই দলটোৱে প্ৰয়াগৰাজৰ মহাকুম্ভৰ সংগমস্থলীত স্নান কৰে। লগতে তেওঁলোকে পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে । ১৪৪ বছৰৰ পাছত অনুষ্ঠিত হোৱা এই মহাকুম্ভ ভ্ৰমণ কৰিবলৈ পাই তেওঁলোক যথেষ্ট আনন্দিত হৈছে বুলি মন্তব্য কৰে ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ