--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ প্ৰসংগ৷যোৱা বছৰ দ্য ৱায়াৰৰ সাংবাদিকসকলৰ পৰা জব্দ কৰা ইলেক্ট্ৰনিক যন্ত্ৰপাতিসমূহক লৈ দিল্লীৰ এখন আদালতে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে৷

উক্ত গোচৰ সন্দৰ্ভত যোৱা ছেপ্টেম্বৰ মাহত দিল্লীৰ তিছ হাজাৰী আদালতৰ মুখ্য মহানগৰ দণ্ডাধীশ সিদ্ধাৰ্থ মালিকে ৰায় দিছিল যে আৰক্ষীৰ হাতত ইলেক্ট্ৰনিক যন্ত্ৰসমূহ ধৰি ৰখাৰ কোনো যুক্তিসংগত ভিত্তি নাই আৰু ই সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ  বিৰুদ্ধে৷

স্মৰ্তব্য যে আদালতত ৱায়াৰক প্ৰতিনিধিত্ব কৰিছে অশ্বথ সীতাৰমণ, প্ৰসন্ন এছ. আৰু অৰ্চিত কৃষ্ণ-এ। ২০২২ চনৰ অক্টোবৰ মাহত ভাৰতীয় জনতা পাৰ্টীৰ এজন নেতাই দ্য ৱায়াৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পাছতে আৰক্ষীয়ে অভিযোগ উত্থাপিত সাংবাদিকসমূহৰ যন্ত্ৰসমূহ জব্দ কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ