--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাঁতোৰ জগতৰ এটা জনপ্ৰিয় নাম এলভিছ আলী হাজৰিকা৷ হাজৰিকা ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাঁতোৰবিদ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল সাঁতুৰি পাৰ হোৱা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমজন ব্যক্তি লভিছ আলী হাজৰিকা। আৰু ২০১৮ চনত তেওঁ ইংলিছ চেনেলৰ ৩৪ কিঃমিঃ দৈৰ্ঘ্যৰ একাংশৰ ২৯ কিঃমিঃ সাঁতুৰি অতিক্ৰম কৰা তেওঁ প্ৰথমজন অসমীয়া।

অসম চৰকাৰৰ  দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটাৰে সন্মানিত সাঁতোৰবিদগৰীকীয়ে আক্ষেপেৰে বিদায় ল’ব সাঁতোৰ জগতৰ পৰা৷ অহা বছৰলৈ অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে সাঁতোৰবিদগৰাকীয়ে৷ সূত্ৰই সদৰি কৰা মতে পুঁজিৰ অভাৱতে এনে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে সাঁতোৰবিদগৰাকী৷ যদিও সাঁতোৰ জগতৰ পৰা বিদায় ল’বলৈ মানসিক ভবে প্ৰস্তুত নহয়, প্ৰতিটো অভিযান যথেষ্ট ব্যয়বহুল হোৱা বাবে এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সাঁতোৰবিদগৰাকীয়ে৷

অসমৰ বাবে ইমান গৌৰৱ কঢ়িয়াই অনাৰ পিছতো অৰ্থিকসাহাৰ্য বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে খেলুৱৈগৰাকীয়ে৷পৰ্যাপ্ত পুঁজিৰ অভাৱৰ বাবে আক্ষেপ ব্যক্ত কৰিছে সাঁতোৰবিদগৰাকীয়ে৷ চৰকাৰৰ সাহাৰ্য পৰ্যাপ্ত নহয় এটা অভিযানৰ বাবে৷ এলভিছ আলী হাজৰিকা অৱসৰৰ পূৰ্বে তিনিখন মহাসাগৰত সাঁতুৰিব বুলি সদৰি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ