--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকাল আৰম্ভ হৈছে। এই বতৰত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে আপুনি বীট আৰু গাজৰৰ ৰস খাব পাৰে। ইয়াৰ পৰা শৰীৰে ৫টা প্ৰচণ্ড উপকাৰ লাভ কৰে।

১) কৰ্কট ৰোগত উপকাৰী- আয়ুৰ্বেদ বিশেষজ্ঞৰ মতে শীতকালত বীট আৰু গাজৰৰ ৰস খালে কেন্সাৰ নিয়ন্ত্ৰণত যথেষ্ট সহায় হয়। এনে বহুতো কেন্সাৰ প্ৰতিৰোধী গুণ ইয়াত পোৱা যায়, যাৰ ফলত শৰীৰত কেন্সাৰ কোষৰ বৃদ্ধি হ্ৰাস পায়।

২) ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব - উচ্চ বি পি সমস্যা থকা লোকসকলক শীতকালত বীট আৰু গাজৰৰ ৰস খোৱাৰ পৰামৰ্শ দিয়া হৈছে। ৰক্তচাপত থকা মেগনেছিয়াম আৰু পটাছিয়ামৰ বাবে ৰক্তচাপ সুষম হৈ থাকে।

৩) ওজন কমি যাব- যিসকল লোকৰ মেদবহুলতাৰ সমস্যা আছে, তেওঁলোকে দৈনিক এগিলাচ বীট আৰু গাজৰৰ ৰস খাব লাগে। আঁহৰ উপস্থিতি আৰু কম কেলৰিৰ বাবে শৰীৰ চৰ্বি কমি ফিট হৈ পৰে।

৪) ৰক্তহীনতা নোহোৱা হ’ব - বীট আৰু গাজৰৰ ৰসক ৰক্তহীনতাত আক্ৰান্ত লোকৰ বাবে ঔষধ বুলি কোৱা হয়। এই দুয়োটাতে আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ ফলত শৰীৰত তেজ গঠনৰ গতি বৃদ্ধি পায়।

৫) পাচনতন্ত্ৰ সুস্থ হৈ থাকিব - আয়ুৰ্বেদ বিশেষজ্ঞৰ মতে বীট আৰু গাজৰত আঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ ফলত পাচনতন্ত্ৰ সুস্থ হৈ থাকে। ইয়াৰ ফলত বদহজম, কোষ্ঠকাঠিন্য আৰু গেছৰ দৰে সমস্যা দূৰ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement