--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ বিখ্যাত ভজন কণ্ঠশিল্পী হংসৰাজ ৰঘুবংশীৰ পুনৰ বিবাহ। উত্তৰাখণ্ডৰ বিখ্যাত ত্ৰিযুগিনাৰায়ণ মন্দিৰত পুনৰ বিবাহপাশত আবদ্ধ হ’ল হংসৰাজ ৰঘুবংশী আৰু পত্নী কোমল সাক্লানী ৷

NEWS18

বিশ্বাস কৰা হয় যে উত্তৰাখণ্ডৰ বিখ্যাত ৰুদ্ৰপ্ৰয়াগৰ ত্ৰিযুগিনাৰায়ণ মন্দিৰত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ হৈছিল আৰু সেইবাবেই দুয়োজনে ইয়াত দ্বিতীয় বিবাহ সম্পন্ন কৰে। 

কণ্ঠশিল্পী হংসৰাজ ৰঘুবংশীৰ পত্নী কোমল সাক্লানীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে বহু ৰোমাঞ্চকৰ ফটো । এই ফটোসমূহৰ কেপচনত কোমলে লিখিছে যে ভগৱান শিৱ আৰু পাৰ্বতীৰ বিবাহ বিখ্যাত মন্দিৰ ত্ৰিযুগিনাৰায়ণত হৈছিল আৰু এই মন্দিৰৰ ভিতৰত যুগ যুগ ধৰি জুই জ্বলি আহিছে।


NWS18

কোমল সাক্লানীয়ে নিজৰ ইনষ্টাগ্ৰামত লিখিছে - ‘‘ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ ত্ৰিযুগীনাৰায়ণ মন্দিৰত হৈছিল । এই মন্দিৰৰ ভিতৰত বহু শতাব্দী ধৰি জুই প্ৰজ্বলিত হৈ আছে । শিৱ আৰু পাৰ্বতীয়ে এই পবিত্ৰ জুইক সাক্ষী কৰি বিবাহ পাশত আৱদ্ধ হৈছিল । ইয়াত, এক আন্তৰিক হৃদয়েৰে কৰা ইচ্ছা পূৰণ হয়, মোৰো পূৰণ হৈছে । আজি, আমি ভোলেনাথ আৰু মা পাৰ্বতীৰ প্ৰেমৰ প্ৰতীক স্থানত বিবাহ পাশত আৱদ্ধ হৈছো । এইটো আমাৰ সপোন আছিল, যিটো মহাদেৱ আৰু মা পাৰ্বতীৰ আশীৰ্বাদত পূৰণ কৰা হৈছে । কোমল সাক্লানী, হংসৰাজ ৰঘুবংশীৰ পত্নী ।’’

'মেৰা ভোলা হে ভাণ্ডাৰী' ভজনেৰে হংসৰাজ ৰঘুবংশীয়ে জনপ্ৰিয়তা অৰ্জন কৰিছিল । ইয়াৰ পিছত তেওঁ বলীউডৰ ছবি অ’ মাই গডৰ বাবেও গীত গাইছিল। ৰাম মন্দিৰৰ অভিষেকৰ পূৰ্বে তেওঁৰ জয় ছিয়া ৰাম ভজনটি সমগ্ৰ বিশ্বই আদৰি লৈছিল ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ