--°C
Loading...
Listen to Article
2 min read
80%
২৬ এপ্ৰিল,২০২২,মঙলবাৰ 

মেষ ৰাশিঃ কৰ্মত আস্থা বাঢ়িব। পৰিয়ালৰ সংগ উপভোগ কৰি সুখী হ'ব। ব্যৱসায়ত লাভৰ মুখ দেখিব। খৰচো বাঢ়িব। নিজৰ আৰু পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। 

বৃষ ৰাশিঃ বন্ধুৰ জৰিয়তে লাভান্বিত হব। কৰ্মস্থলীত মনোমালিন্য। ভ্ৰমণ নকৰাই মংগল। স্বাস্থ্যৰ উন্নতি। সন্তানৰ শুভ। 

মিথুন ৰাশিঃ মন স্থিৰ হব। আধ্যাত্মিকতা বাঢ়িব। দাঁতৰ সমস্যাই দেখা দিব পাৰে। প্ৰতিটো কামত ধৈৰ্য ৰাখক। মাতৃৰ শৰীৰৰ সমস্যা দূৰ হব। 

কৰ্কট ৰাশিঃ পাৰিবাৰিক দিশত উন্নতি সাধন। শিক্ষাত মনোযোগ দিয়ক। ব্যৱসায়ত কিছু লোকচান। সন্তানৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। 

সিংহ ৰাশিঃ মনত হতাশা বৃদ্ধি। কৰ্মক্ষেত্ৰত কষ্ট অধিক হব। প্ৰেমত সংঘাত। পৰিয়ালত শুভ। 

কন্যা ৰাশিঃ দিনটো ভালেই যাব। কৰ্মক্ষেত্ৰত উন্নতি। উপাৰ্জন বাঢ়িব। প্ৰেমত সন্দেহ কৰিলে নিজৰে বিপদ হ'ব। 

তুলা ৰাশিঃ আৰ্থিক দিশত উন্নতি। সহজতে কাকো বিশ্বাস কৰি বিপদত নপৰিব। বহুদিনীয়া মনৰ আশা পূৰণ হ'ব। যাত্ৰাৰ সম্ভাৱনা । 

বৃশ্চিক ৰাশিঃ স্বাস্থ্য ভালে নাযাব। শিক্ষাৰ্থীৰ নিজকে লৈ চিন্তা বাঢ়িব। পেটৰ সমস্যাই দেখা দিব পাৰে। প্ৰেমত শুভ। 

ধনু ৰাশিঃ বন্ধুৰ সহায়ত কিবা এটা লাভ হ'ব। লোকক সমালোচনা কৰাৰ পৰা আঁতৰত থাকক। প্ৰেমত কাজিয়া। ঘৰুৱা শান্তি বৰ্তি থাকিব। 

মকৰ ৰাশিঃ দিনটো কুশলে যাব। মাতৃৰ স্বাস্থ্য উন্নত। উপহাৰ পোৱাৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত প্ৰশংসা পাব। প্ৰেমাস্পদক লগ পাব। 

কুম্ভ ৰাশিঃ দিনটো ভালে যাব। ব্যৱসায়ত লাভৰ মুখ দেখিব। স্বাস্থ্যৰ প্ৰতি সজাগ হওক। সহজতে কাকো বিশ্বাসত নলব, ঠগ খোৱাৰ সম্ভাৱনা। 

মীন ৰাশিঃ শিক্ষাৰ্থীসকলে আশা কৰা মতে ফল পাব। স্বাস্থ্যৰ সমস্যা দূৰ হ'ব। কৰ্মক্ষেত্ৰত সুখী হ'ব। নতুন বাহন ক্ৰয় কৰাৰ কথা ভাবিব পাৰে।
 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ