--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মেদবহুলতাৰ কথা ক’লে মনলৈ আহে যুৱ আৰু মধ্যবয়সৰ লোকৰ কথাহে। কিন্তু বৰ্তমান যুগত পিতৃ-মাতৃসকলেও তেওঁলোকৰ সন্তানৰ বৰ্ধিত ওজন যথেষ্ট অসুবিধাত পৰে। মেদবহুলতাৰ বাবে শিশুৰ ৰক্তচাপ বৃদ্ধি হ'বলৈ আৰম্ভ কৰাৰ লগতে বহুতো ৰোগৰ আশংকা বৃদ্ধি কৰে। এনে পৰিস্থিতিত পিতৃ-মাতৃয়ে কেইটামান গুৰুত্বপূৰ্ণ পদ্ধতি গ্ৰহণ কৰি শিশুৰ ওজন হ্ৰাস কৰিব পাৰে।


আপোনাৰ সন্তানৰ মেদবহুলতা কেনেদৰে আঁতৰ কৰিব লাগে

 ১. পানী খোৱাওকঃ-শিশুসকলক কমেও ১০ৰ পৰা ১২ গিলাচ পানী খাবলৈ দিয়ক আৰু শৰীৰত পানীৰ অভাৱ থাকিলে স্বাস্থ্যৰ ক্ষতি কি হ'ব পাৰে শিশুটিক বুজাই দিয়ক। পানী খোৱাৰ দ্বাৰা শৰীৰ হাইড্ৰেটেড হৈ থকাৰ লগতে ওজনো নিয়ন্ত্ৰণত থাকিব।

 ২. ব্যায়ম কৰকঃ-ব্যায়াম কৰাটো অতি প্ৰয়োজন। পিতৃ-মাতৃয়ে শিশুসকলক নৃত্য বা কাৰাটে আদি কৰিব উৎসাহিত কৰিব লাগে, যাতে তেওঁলোকৰ শৰীৰ সক্ৰিয় হৈ থাকে। এনে কৰিলে কেৱল শাৰীৰিক সুস্থতা উন্নত হোৱাৰ লগতে শিশুৰ দক্ষতাও বিকাশো হ'ব।

 ৩. ভাল টোপনিঃ-শিশুৰ বৰ্ধিত ওজনৰ এটা কাৰণ হ'ল-সময়মতে পৰ্যাপ্ত টোপনি নোহোৱা। আজিকালি শিশুৱে ফোন বা লেপটপত বেছিভাগ সময় কটায়, যাৰ বাবে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে টোপনি নাযায়। পৰ্যাপ্ত টোপনি নোযোৱাৰ ফলত তেওঁলোকৰ ভোক প্ৰভাৱিত হয়, যাৰ ফলত তেওঁলোক মেদবহুল হ'ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ