--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনৰ এছিয়া কাপৰ আটাইতকৈ ডাঙৰ খেলখন অহা ২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। আচলতে ২ ছেপ্টেম্বৰত ২০২৩ চনৰ এছিয়া কাপত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। যেতিয়াই ক্ৰিকেটত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ হয়, তেতিয়াই মেচখনৰ উত্তেজনাৰ সৰ্বোচ্চ শিখৰত উপনীত হয়।

অহা ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ। প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল পাকিস্তান আৰু নেপালৰ মাজত অনুষ্ঠিত হ’ব। ইয়াৰ পাছত ২ ছেপ্টেম্বৰত বাবৰ আজমৰ দলে ভাৰতৰ বিৰুদ্ধে খেলিব। এই মেচত পাকিস্তানৰ প্লেয়িং একাদশ কেনে হ’ব পাৰে জানো আহক।

ভাৰতৰ বিৰুদ্ধে খেলখনত ফখৰ জামান আৰু ইমাম উল হকে ইনিংছৰ আৰম্ভণি কৰিব। ইয়াৰ পাছত তিনি নম্বৰত অধিনায়ক বাবৰ আজম আৰু চাৰি নম্বৰত উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱানৰ বিৰুদ্ধে খেলাৰ সিদ্ধান্ত লোৱা হৈছে। এই দুয়োগৰাকী খেলুৱৈয়ে টি-২০ ফৰ্মেটত অপেনিং কৰে যদিও এইবাৰ এছিয়া কাপ এদিনীয়া ফৰ্মেটত অনুষ্ঠিত হৈছে। এনে পৰিস্থিতিত এই দুয়োজন খেলুৱৈয়ে তিনি আৰু চাৰি নম্বৰত খেলিব।

পাকিস্তানৰ মিডল অৰ্ডাৰৰ কথা ক’বলৈ গ’লে ছলমান আলী আঘাই পাঁচ নম্বৰত আৰু ইফতিকাৰ আহমেদে ছয় নম্বৰত বেটিং কৰিব। ইয়াৰ পাছত ছাদাব খান আৰু মহম্মদ নৱাজৰ যুটিক একচনত দেখা পোৱা যাব৷

দলটোত ছাদাব আৰু নৱাজৰ ৰূপত থাকিব দুজন স্পিনাৰ। দ্ৰুত বলিঙৰ কথা কওঁতে শ্বাহীন শ্বাহ আফ্ৰিদী, নছিম শ্বাহ আৰু হেৰিছ ৰাউফক একচনত দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল