--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৰতীয় ক্ৰীড়াবিদৰ শক্তিশালী প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে পেৰিছ পেৰা অলিম্পিক-২০২৪ ত৷ এই পৰ্য্যন্ত পেৰিছ পেৰা অলিম্পিকত তিনিটা স্বৰ্ণ পদক, পাঁচটা ৰূপৰ পদক আৰু সাতটা ব্ৰঞ্জৰ পদকসহ পোন্ধৰটা পদক ভাৰতৰ নাম কৰিবলৈ সক্ষম হৈছে ভৰতীয় ক্ৰীড়াবিদসকল৷

সোমবাৰে জেভেলিন থ্ৰ’ত পেৰা অলম্পিক ২০২৪ ৰ এফ ৬৪ শাখাৰ  ফাইনেলত ৭০.৫৯ মিটাৰ থ্ৰ’ৰে  সুমিত এন্টিলে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ পেৰালিম্পিকৰ জেভেলিন থ্ৰ’ৰ দুটাকৈ অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰে ভৰতীয় খেলুৱৈ গৰাকীয়ে৷
এচএইচ ৬ শাখাৰ মহিলা একক বেডমিণ্টন ইভেণ্টত নিথ্যা শ্রে শিৱনে ব্ৰঞ্জৰ পদক লাভ কৰে।পেৰিছ পেৰা অলিম্পিক এচএল ৩ শাখাৰ  পুৰুষৰ একক বেডমিণ্টনৰ ফাইনেলত জয়ী হৈ দ্বিতীয়টো স্বৰ্ণ পদক ভাৰতৰ নাম কৰে বেডমিণ্টন তাৰকা নিতেশ কুমাৰে।

এছ এল ৪ শাখা ছুহাছ যথিৰাজ আৰু থুলাছিমাথি মুৰুগেছানে এছ ইউ ৫ শাখাত ৰূপৰ পদক লাভ কৰিছে ইয়াৰ বিপৰীতে মনীষা ৰামাডোছে এছ ইউ ৫ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।উল্লখনীয় যে পেৰা আৰ্চাৰী মিক্সড টিম কম্পাউণ্ড ইভেণ্টত প্ৰবীণ ৰাকেশ কুমাৰৰ আৰু ধনুৰ্বিদ প্ৰডিজি শ্বীতল দেৱীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। পুৰুষৰ ডিস্কছ থ্ৰ’ এফ ৫৬ শাখাত ফাইনেলত যোগেশ কথুনিয়াই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰসংগ ক্ৰমে আজিৰ দুটা পৃথক ইভেণ্টৰ চূড়ান্ত প্ৰতিযোগিতাত ক্ৰমে মহিলাৰ শ্বট পুট এফ ৩৪ শাখাৰ আজি দুপৰীয়া ২:২৮ বজাত অনুষ্ঠিত হ’ব লগীয়া চূড়ান্ত খেলত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বি জাদৱে আৰু ৰাতি ১০.৩৮ বজাত অনুষ্ঠিত হ’ব লগীয়া টি-২০ শাখাৰ মহিলাৰ ৪০০ মিটাৰ ইভেণ্টৰ চূড়ান্ত খেলত ডি জিৱাঞ্জে ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ