--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজিৰ আধুনিক জীৱনত মানুহে সকলোবোৰ আধুনিকভাৱে বিচাৰে। আজিৰ মানুহে ডিজাইনাৰ বাচনত খাবলৈ ভাল পায়, কিন্তু আজিও জ্যেষ্ঠসকলে তামৰ বাচন-বৰ্তনতহে খাদ্য খাবলৈ ভাল পায়, কিয়নো তেওঁলোকে জানে যে তামৰ বাচনত খাদ্য খোৱাৰ বহুতো স্বাস্থ্যৰ পক্ষে উপকাৰিতা আছে। তামৰ বাচন-বৰ্তনত খোৱা-বোৱা কিয় উপকাৰী আৰু ইয়াৰ সুবিধা কেনেদৰে ল'ব পাৰে সেই বিষয়ে জানো আহক।

 ১. আমেৰিকান কেন্সাৰ ছ’চাইটীৰ মতে, তামে কৰ্কট ৰোগক প্ৰতিহত কৰাত সহায় কৰে আৰু ইয়াত কৰ্কট ৰোগ প্ৰতিৰোধী উপাদান আছে।

২. তামত খাদ্য খোৱাটোৱে শৰীৰৰ বিপাক নিয়ন্ত্ৰণত ৰাখে, যি ওজন হ্ৰাস কৰাত সহায় কৰে।

৩. তামৰ পাত্ৰত ৰখা পানী খালে ছালৰ সমস্যা দূৰ হয়।

৪. ই ফোঁহা, ব্রণ, ছাল সম্পৰ্কীয় অন্যান্য ৰোগৰ পৰাও পৰিত্ৰাণ দিয়ে।

৫. তামে ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰে আৰু নতুন কোষ উৎপাদনত সহায় কৰে।

৬. ই শৰীৰৰ ঘাঁ দ্ৰুতভাৱে নিৰাময় কৰাত সহায় কৰে।

৭. পুৱা তামৰ পাত্ৰত পানী খালে পাচনতন্ত্ৰ স্বাস্থ্যৱান হৈ থাকে।

৮. তামৰ এণ্টি-অক্সিডেণ্ট গুণাগুণ আছে, যি বয়স হ্ৰাস কৰাত সহায়ক কৰে।

৯. গাঁঠিৰ প্ৰদাহ, আৰ্থ্ৰাইটিছ আদিৰ ৰোগ হ্ৰাস কৰাত তাম সহায়ক হয়, কিয়নো ইয়াৰ হাড় শক্তিশালী কৰাৰ গুণাগুণ আছে।

১০. তামত থাইৰক্সিন হৰমন বৃদ্ধি নকৰে, যি থায়ৰইডৰ আশংকা কম হয়।

১১. তামে ৰক্তচাপ আৰু বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে।

১২. তামে ৰক্তহীনতাৰ ৰোগ দূৰ কৰে। খাদ্যৰ পৰা আইৰন আহৰণ কৰি শৰীৰত তেজৰ অভাৱ পূৰণ কৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ