--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাত হ’ল ভাৰতীয় লোকৰ প্ৰধান খাদ্য। ইয়াক ৰান্ধিবলৈও বৰ সহজ আৰু খাবলৈও অত্যন্ত খোৱাদ, সেয়েহে দেশৰ বেছিভাগ লোকে ভাত খাই ভালপায়। ঠাই বিশেষে বহু লোকে বিভিন্ন ধৰণে ভাত ৰন্ধন পদ্ধতি বেলেগ বেলেগ হয়।

 

উল্লেখ্য যে, ভাত অৰ্থাৎ চাউলত কাৰ্বহাইড্ৰেট বা চেনি প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ উপৰি চাউলত কেলছিয়াম, পটাছিয়াম আৰু মেগনেছিয়ামো থাকে। সেয়েহে ভাতত কাৰ্বহাইড্ৰেট অধিক পৰিমাণে থাকে বাবে শৰীৰত শক্তি বৃদ্ধি হয়। কাৰণ কাৰ্বহাইড্ৰেটৰ পৰা শক্তিৰে আমি জীৱনৰ সকলো কাম কৰো। ভাতত থকা কাৰ্বহাইড্ৰেটে এক বেলেগ মাত্ৰাত শক্তি সৃষ্টি কৰে, যি পেটৰ বাবে অত্যন্ত ভাল আৰু সহজে হজম হোৱাত সহায়ক হয়। ইয়াৰ ফলত পেটৰ বিষ আৰু হজম ক্ষমতা শক্তিশালী কৰে।

 

আনহাতে, প্ৰত্যেক বস্তুৰে কিছুমান ভাল আৰু কিছুমান বেয়া দিশ থাকে। এতিয়া জানি লওঁ কেনেকৈ বা কি ধৰণে ৰাতি ভাত খোৱা উচিত, যি শৰীৰটোক সুস্থ কৰি ৰাখে। ইফালে, আপুনি ওজন হ্ৰাস কৰিব বিচাৰিলে ৰাতি ভাত নোখোৱাই উচিত। খালেও মন কৰিব লাগিব যে চাউলখিনি ব্ৰাউন ৰাইচ হয় নে নহয়? যাতে শৰীৰে অধিক মাত্ৰাত কাৰ্বহাইড্ৰেট গ্ৰহণ কৰিব নোৱাৰে। যাৰ ফলত ওজন সহজে হ্ৰাস পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ