--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি তীব্ৰ আক্ৰমণ কৰে। মমতাৰ ভতিজা বোৱাৰীক চিবিআয়ে জেৰা কৰাৰ পাছতে মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নৰেন্দ্ৰ মোদীক ‘দাংগাবাজ’ আৰু ‘দৈত্য’ আখ্যা দিয়ে মমতাই। কলকাতাৰ সমীপৰ হুগলীত এখন দলীয় সভাত অংশগ্ৰহণ কৰি মমতা বেনাৰ্জীয়ে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ সৰ্ববৃহৎ দাংগাবাজ।’ অৰ্থাৎ সংঘৰ্ষকাৰী।

আৰু পঢ়িব পাৰিব : নৰেন্দ্ৰ মোদীৰ নামেৰে মুকলি বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম

বিজেপিয়ে তৃণমূলক ‘তোলাবাজ’ বুলি কৰা কটাক্ষৰ উত্তৰ দি এই এনেদৰে প্ৰধানমন্ত্ৰীক দাংগাবাজ আখ্যা দিয়ে মমতাই। প্রধানমন্ত্ৰী মোদীৰ বাবে ড’নাল্ড ট্ৰাম্পতকৈও অধিক দুৰ্ভাগ্যই অপেক্ষা কৰি থকা বুলিও তেওঁ দাবী কৰে। মমতাই কয়, ‘বিধানসভা নিৰ্বাচনত মই গলৰক্ষক হৈ থাকিম আৰু বিজেপিয়ে এটাও গল কৰিবলৈ সক্ষম নহ’ব।’

আৰু পঢ়িব পাৰিব : ‘কনা হাঁহক পতান’ দিয়াৰ দৰে চাহ শ্ৰমিকক মজুৰি দিছে চৰকাৰে

উল্লেখ্য যে, মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীৰ পত্নী ৰুজিৰাক চিবিআয়ে কয়লা কেলেংকাৰীৰ গোচৰত জেৰা কৰাৰ পাছতে অধিক আক্ৰমনাত্মক হৈ পৰে মমতা। ৰুজিৰা বেনৰেন্দ্ৰ মোদীৰ নামেৰে মুকলি বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামনাৰ্জীৰ ভগ্নীকো পূৰ্বে জেৰা কৰিছিল সংস্থাটোৱে। উল্লেখ্য যে, এই সভাতে ভালেমান তাৰকাই তৃণমূল কংগ্ৰেছত যোগদান কৰে। অভিনেত্ৰী সায়নী দত্ত, জুন মালিয়া, ক্ৰিকেটাৰ মনোজ তিৱাৰীও এইসকলৰ ভিতৰত অন্যতম। তৃণমূলে ‘খেলা হোবে’ অৰ্থাৎ ‘খেল হ’ব’ শ্লোগানেৰে বিজেপিৰ বিৰুদ্ধে হুংকাৰ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ