--°C
Loading...
Listen to Article
2 min read
80%

নগাঁও : আজি নগাঁৱৰ বটদ্ৰৱাত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ নগাঁৱৰ পুৰণিগুদামৰ ‘মহা-মৃত্যুঞ্জয়’ মন্দিৰত যজ্ঞত অংশগ্ৰহণ কৰিলে তেওঁ৷ ৬০০ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত যজ্ঞস্থলী৷ তাৰপাছতেই ‘মহা-মৃত্যুঞ্জয়’ মন্দিৰত যজ্ঞ সম্পন্ন কৰি বটদ্ৰৱালৈ গমন কৰে শ্বাহে৷ বটদ্ৰৱাত ১৮৮ কোটিটকীয়া প্ৰকল্প উদ্বোধন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷ বটদ্ৰৱাত এখন জনসভাতো অংশ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : যুদ্ধবিৰতি : শান্ত হ’ব জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্ত

বটদ্ৰৱাত ভাষণ প্ৰদান কৰে অমিত শ্বাহে৷ শংকৰদেৱৰ ভক্তি আন্দোলনক বিশ্বত প্ৰচাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ ‘নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তকৰ জন্মস্থানত উপস্থিত হৈ মই গৌৰৱান্বিত’- বুলিও মন্তব্য কৰে তেওঁ৷ অমিত শ্বাহৰ ভাষণত মহাত্মা গান্ধীৰ উদ্ধৃতিও শুনিবলৈ পোৱা যায়৷ গুৰুজনাক লৈ গান্ধীজীৰ মন্তব্যক দোহাৰিলে অমিত শ্বাহে৷

আৰু পঢ়িব পাৰিব : একেটা হোষ্টেলৰ ১৮৬ শিক্ষাৰ্থীৰ কোভিড পজিটিভ, দেশত শংকা বৃদ্ধি

বটদ্ৰৱা থানত সেৱা আগবঢ়ালে গৃহমন্ত্ৰীয়ে৷ উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ উপস্থিত বিধায়িকা আঙুৰলতা ডেকাও। আনহাতে গুৰুজনাৰ জন্মস্থান বৰদোৱাত জনসভাত অংশ লয় গৃহমন্ত্ৰীয়ে৷ বিয়লি ডিফুত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী৷বিদ্ৰোহী সংগঠনৰে শান্তি চুক্তি হোৱৰা সম্ভাৱনা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ