--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাৰ্থ টেষ্টত কে এল ৰাহুলে এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হ’ল। পাৰ্থত অনুষ্ঠিত হৈ থকা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ২৬ ৰান সংগ্ৰহ কৰি ৰাহুলে আউট হয়। কিন্তু ইয়াৰ পূৰ্বে এক বিশেষ অভিলেখ গঢ়িলে কে এল ৰাহুলে।

KL Rahul ruled out of third Test against England, fellow Karnataka batsman  to replace him | Cricket News - The Indian Express

টেষ্ট কেৰিয়াৰত ৩০০০ ৰান সম্পূৰ্ণ কৰিছে ৰাহুলে। ভাৰতৰ হৈ এই অভিলেখ গঢ়া ২৬ সংখ্যক খেলুৱৈ তেওঁ। আজিৰ পৰ্যন্ত ২৬ গৰাকী খেলুৱৈয়ে ভাৰতীয় দলৰ হৈ ৩০০০ বা তাতকৈ অধিক টেষ্ট ৰাণ সংগ্ৰহ কৰিছে। ভাৰতৰ হৈ এতিয়ালৈকে তেওঁ ৯২ খন ইনিংছত ৩০০৭ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ৮টা শতক আৰু ১৫টা অৰ্ধশতক অৰ্জন কৰিছে। ৰাহুলৰ সৰ্বোত্তম টেষ্ট স্ক’ৰ ১৯৯ ৰান। ৰাহুলে বহু কিংবদন্তি খেলুৱৈক পিছ পেলাবলৈ সক্ষম হৈছে।

টেষ্টত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত বৰ্তমান ভাৰতীয় খেলুৱৈৰ তালিকাত শীৰ্ষত আছে কোহলী। ২০২ ইনিংছত ৯০৪৫ ৰান সংগ্ৰহ কৰিছে কোহলী। বিৰাটে এই সময়ছোৱাত ২৯টা শতক অৰ্জন কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল পাৰ্থত অনুষ্ঠিত হৈছে। ইয়াত ভাৰতৰ আৰম্ভণি অতি সূচনীয়।ৰাহুলৰ উইকেট পতনে শুকুৰবাৰৰ দিনটোত কিছু বিতৰ্কৰ সৃষ্টি কৰে ৷ আম্পায়াৰৰ হতচকিত সিদ্ধান্তৰ পিছত খেলুৱৈগৰাকী হতাশাত ভোগে ৷ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ মাইক হাছিয়ে তৃতীয় আম্পায়াৰৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি বলটো পেডত খুন্দা মাৰিলে স্নিকোৱে স্পাইক দেখুওৱাৰ সম্ভাৱনাৰ দিশটো আঙুলিয়াই দিছিল ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ