--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীৰ জেৰাত চোৰ দুটাই স্বীকাৰ কৰা মতে, তেওঁলোকে চুৰি কৰা সামগ্ৰীসমূহ মেলেকাধিং গাঁৱৰ ইছতাক হুছেইন নামৰ এজন বেপাৰীৰ হাতত বিক্ৰী কৰিছিল।

ডিজিটেল ডেস্কঃ ধিঙৰ ডুমডুমীয়া আৰক্ষী আৰু জুৰীয়া আৰক্ষীৰ বৃহৎ সাফল্য। আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীসহ দুই গভাইত চোৰ। এক গোপন খবৰৰ ভিত্তিত ডুমডুমীয়া আৰক্ষী আৰু জুৰীয়া আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত ডুমডুমীয়াৰ বলিকটীয়াৰ পৰা গভাইত চোৰ জয়নাল আবেদিন আৰু আৰু ৰফিকুল ইছলামক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।


আৰক্ষীৰ জেৰাত চোৰ দুটাই স্বীকাৰ কৰা মতে, তেওঁলোকে চুৰি কৰা সামগ্ৰীসমূহ মেলেকাধিং গাঁৱৰ ইছতাক হুছেইন নামৰ এজন বেপাৰীৰ হাতত বিক্ৰী কৰিছিল। সেই অনুসৰি আৰক্ষীয়ে ইছতাক হুছেইনৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।


আৰক্ষীয়ে উদ্ধাৰ কৰা চুৰি সামগ্ৰীসমূহ হৈছে - মন্দিৰত দিয়া ষ্টীলৰ এটা ষ্টেণ্ড, পিতলৰ চামুচ ১১খন, পিতলৰ ষ্টেণ্ড দুটা, পিতলৰ বাল্টি এটা, পিতলৰ পূজাৰ কলসী সাতটা, এটা বানবাতি, দুটা পিতলৰ বাটি, এটা বেতেল বাটি, দুখন পূজাৰ থাল, পিতলৰ ২টা সৰু বাটি, পিতলৰ ৬টা কঁচা লোটা, এখন  সৰু মন্দিৰৰ থাল আৰু ২খন চিলিং ফেন । বৰ্তমান গভাইত চোৰ দুটাক আৰক্ষীয়ে জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা