--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া অঞ্চলৰ টিংখাং-নামৰূপ সংযোগী পথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা।

ডিজিটেল ডেস্কঃ  টিংখাঙত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত আহত দুজন। টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া অঞ্চলৰ টিংখাং-নামৰূপ সংযোগী পথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা।


উল্লেখযোগ্য যে AS06M-2441 আৰু AS06AM5823 নম্বৰৰ বাইক দুখনৰ মুখামুখি সংঘৰ্ষৰ ফলত দিল্লীবাৰী ঘাঁহী গাঁৱৰ প্ৰশান্ত গগৈ নামৰ এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে বৰ কোৰোকানী গাঁৱৰ ক্ষীৰোদ বৰা নামৰ আন এজন ব্যক্তিৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।


দুৰ্ঘটনাটোত প্ৰমোদ গগৈ আৰু উৎপল চাওদাং নামৰ দুজন আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।


আহত দুয়োজনকে ততাতৈয়াকৈ নাহৰণি স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰোৱা হয় যদিও বৰ্তমান সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।


দুৰ্ঘটনাটোৰ ফলত সমগ্ৰ টিংখাঙতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ