--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মুকালমুৱা আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ২১২/২৫ নম্বৰত গোচৰ ৰুজু কৰিছে। মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ গয়াৰীৰ নেতৃত্বত চলিছিল অভিযান।

ডিজিটেল ডেস্কঃ মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা।মুকালমুৱা আৰক্ষীৰ জালত পৰিল চাইবাৰ অপৰাধত জড়িত ৯ গৰাকী অভিযুক্ত। নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই চাইবাৰ অপৰাধত জড়িত ৯ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰে।


মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ গয়াৰীৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হোৱা চাইবাৰ অপৰাধত অভিযুক্ত কেইগৰাকী ক্ৰমে কুৰিহামাৰীৰ ফৰিদ আলী, কচুৱা পথাৰৰ বাবৰ আলি, কেকানকুচীৰ আব্দুল কালাম, হাজো গাওঁবুঢ়া পামৰ মুষ্টফা আলী বাহাৰুল ইছলাম আৰু ৰফিক আলী, কুৰিহামাৰীৰ জলিল আলী আহমেদ আৰু হাজো আন্ধুপাৰাৰ চান্দ মহম্মদ আলী।


মুকালমুৱা আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ২১২/২৫ নম্বৰত গোচৰ ৰুজু কৰিছে। আনহাতে,বৰপেটা জিলাৰ জনিয়াৰ নুৰ ইছলামৰ পুত্ৰ জাহিদুল ইছলামক গ্ৰেপ্তাৰ কৰি ২১১/২৫ নম্বৰত আন এটা গোচৰ ৰুজু কৰি আটাইকেইজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ