--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যভ্যাসৰ বাবে আজিকালি গাঁঠিৰ বিষৰ সমস্যা অত্যধিক হোৱা দেখা যায়। সাধাৰণতে ৩০ বছৰ বয়স অতিক্ৰম কৰাৰ লগে লগে মানুহে এই সমস্যাৰ সন্মুখীন হয়। যাৰ বাবে এজন লোকে আহাৰৰ লগতে বিভিন্ন প্ৰকাৰৰ ঔষধ, ব্যায়াম আদিও অন্তৰ্ভুক্ত কৰিবলগীয়া হয়। কিন্তু ইয়াৰ ফলতো সম্পূৰ্ণ আৰাম পাব নোৱাৰি। সেয়েহে কিছুমান ফলৰ ৰস সেৱন কৰিও এই বিষৰ পৰা সকাহ পাব পাৰি।

 এই ফল সেৱন কৰি গাঁঠিৰ বিষ উপশম পাব পাৰি-

১. কমলাঃ-আপুনিও আহাৰত তালিকাত কমনা অন্তৰ্ভুক্ত কৰক। কাৰণ কমলাই শৰীৰত পানীৰ অভাৱ দূৰ কৰাৰ লগতে ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন ‘চি’ থাকে যি গাঁঠিৰ বিষৰ বাবে অত্যন্ত উপকাৰী।

 ২. আঙুৰঃ-আঙুৰ সেৱন কৰি আপুনিও নিজকে বহুতো ৰোগৰ পৰা আঁতৰাত ৰাখিব পাৰে। আঙুৰ সেৱনে গাঁঠিৰ বিষৰ পৰা সকাহ দিয়ে। সেয়েহে দৈনিক আহাৰৰ তালিকাত আঙুৰ অন্তৰ্ভুক্ত কৰিব পাৰে।

 ৩. তৰমুজঃ- গ্ৰীষ্মকালত সৰ্বাধিক বিক্ৰী হোৱা তৰমুজ স্বাস্থ্যৰ বাবে অতি উপকাৰী। তৰমুজে শৰীৰত পানীৰ অভাৱ পূৰ কৰাৰ লগতে তাৎক্ষণিক শক্তি প্ৰদান কৰে। সেয়েহে আহাৰৰ লগতে দৈনিক খাদ্যৰ তালিকাত তৰমুজ অন্তৰ্ভুক্ত কৰা উচিত।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ