--°C
Loading...
Listen to Article
2 min read
80%
২১ জানুৱাৰী, ২০২২, শুকুৰবাৰ মেষ:আজিৰ দিনটো আপোনাৰ ভালে যাব। পৰিয়ালত কিছু সমস্যা থাকিলেও সমাধান হ’ব। আপোনাৰ ব্যৱসায়ৰ প্ৰয়োজনীয় কামবোৰৰ প্ৰতি মনোযোগ দিব। সম্পৰ্ক মধুৰ হব। বৃষ:পৰিয়ালত অশান্তি হ’ব পাৰে। কাজিয়া নকৰিব।খৰচ বাঢ়িব পাৰে। চাকৰিয়ালসকলৰ দিনটো ভালে যাব। আজি আপোনাৰ পত্নীৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিলে ভাল ফল পাব। মিথুন:দিনটো ভালদৰে পাৰ হ’ব।আপোনাৰ বিত্তীয় স্থিতি শক্তিশালী হ’ব। চিন্তা হ্ৰাস পাব। কৰ্কট:শৰীৰৰ যত্ন লওক।আৰ্থিক লেনদেন ভাবি চিন্তি কৰক।কৰ্মক্ষেত্ৰত শুভ। সিংহ:আজি আপোনাৰ শৰীৰ ভালে নাযাব।আৰ্থিক দিশত ভাল।সামাজিক দিশতো ভাল। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ’ব পাৰে। কন্যা:আজিৰ দিনটো প্ৰেমত শুভ হ’ব। চাকৰিৰ ক্ষেত্ৰত ভাল। ব্যৱসায়ত শুভ। তুলা:আজিৰ দিনটোত আপুনি সুখী থাকিব।টকা-পইচাৰ চিন্তা দূৰ হ’ব। কোনো কথাত মন বিচলিত হব পাৰে। বৃশ্চিক:পাৰিবাৰিক সমস্যা দূৰ হ’ব। সাহিত্যিকসকলৰ শুভ। পৰিয়ালৰ লগত কোনো কথাত মতানৈক্য হ’ব পাৰে। ধনু: ভ্ৰমণৰ সুযোগ। আৰ্থিক লেন দেন কৰাৰ সময়ত চিন্তা কৰক। কোনো মূল্যৱান বস্তু হেৰাব পাৰে,সাৱধান হওক। মকৰ:সকলোৰে লগত সম্পৰ্ক ভালে থাকিব। নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। বিবাহযোগ্যসকলৰ বাবে ভাল খবৰ অহাৰ সম্ভাৱনা। কুম্ভ: আজি আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়ে সচেতন হ’ব লাগিব। যাত্ৰাত শুভ। দিনটো সন্তোষজনক হ’ব।পাৰিবাৰিক দিশটো শুভ। মীন: মানসিক অশান্তি বৃদ্ধি। পুৰণি বন্ধু লগ পাব পাৰে। আজি আপোনাৰ কিছুমান শত্ৰুৱে আপোনাক হাৰাশাস্তি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিব পাৰে,সাৱধান হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ