--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ভাইজান খ্যাত অভিনেতা ছলমান খানৰ নতুন ৰূপ দেখি স্তম্ভিত অনুৰাগী। হাতত ষ্টীলৰ ৰড, চকুত কলা চশমা, দীঘল কেশেৰে সুসজ্জিত ছলমানক চিনি পোৱাটোৱেই একপ্ৰকাৰ কঠিন হৈ পৰিছে। বলীউডৰ ভাইজানে শনিবাৰে পুৱা তেওঁৰ নতুন ছবি 'কভি ঈদ কভি দেৱালী'ৰ প্ৰথম ৰূপ শ্বেয়াৰ কৰে। শিৰোনামত লিখিছে, ‘মোৰ নতুন চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে।’

বলীউডত যি ৰূপত এসময়ত প্ৰৱেশ কৰিছিল ঠিক তেনে ৰূপতেই  যেন পুনৰবাৰ ভাইজানৰ আৱিৰ্ভাব হোৱা দেখিবলৈ পোৱা গৈছে। ছলমানৰ এনে ৰূপ দেখি চিনেমাখনক লৈ অনুৰাগীসকলৰ মাজত এতিয়া  যথেষ্ট উত্তেজনাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।

ছলমানে চিনেমাখনৰ নাম উল্লেখ নকৰাকৈ পোষ্টটো শ্বেয়াৰ কৰিছে। তথাপি দৰ্শকৰ অনুমান, এয়া 'কভি ঈদ কভি দেৱালী' ছবিৰে ফাৰ্স্ট লুক।

স্বাভাৱিকতে, ছলমানৰ অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে 'কভি ঈদ কভি দেৱালী'ৰ বাবে বাট চাইছে। ছলমানৰ ফাৰ্স্ট লুক প্ৰকাশৰ পাছত ছ’চিয়েল মিডিয়াত এতিয়া কেৱল শুভেচ্ছাৰ বন্যা। কোনোবাই ক’লে- ‘ভাইজান, আমি অপেক্ষাৰত।’, কোনোবাই আকৌ ক'লে, ‘একেবাৰে জুই - এইবাৰ ধামাকা হ’ব।’ কোনোবাই ক'লে, ‘আপুনি আটাইতকৈ ভাল ভাইজান।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ