--°C
Loading...
Listen to Article
2 min read
80%
বিকি কৌশল আৰু কেটৰিনা কাইফৰ যোৱা ডিচেম্বৰ মাহত ৰাজস্থানত ৰাজকীয় বিবাহ সম্পন্ন হৈছিল। তাৰকাগৰাকীয়ে বিবাহৰ পাছত একান্ত ঘনিষ্ঠ সময় অতিবাহিত কৰিছে। বৰ্তমান তাৰকা দম্পতীয়ে  নিউয়ৰ্কত ভাল সময় অতিবাহিত কৰিছে। ইনষ্টাগ্ৰামত, ভিকেট যুটিটোৱে নিউয়ৰ্কৰ ভিন্ন সুন্দৰ স্থানৰ পৰা ফটো অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছিল। কেতিয়াবা ৰেষ্টুৰেণ্টত  পেন কেক লৈ যদি বহি আছে আকৌ কেতিয়াবা তেওঁলোক বিদেশৰ ৰাস্তাত খোজ কঢ়াৰ আনন্দ লৈ অনুৰাগীসকলৰ হৃদয় জয় কৰে। এইবাৰ, বিকিৰ পত্নী কেটৰিনা কাইফে নিউয়ৰ্কৰ এখন বিশেষ ৰেষ্টুৰেণ্টৰ পৰা এখন ফটো সামাজিক মাধ্যমত পোষ্ট কৰিছিল। 

বলীউডৰ দেশী গাৰ্ল  এতিয়া সম্পূৰ্ণৰূপে নিউয়ৰ্কত নিগাজি লৈছে। কেৱল সেয়াই নহয়, তেওঁৰ এখন নিজা ৰেষ্টুৰেণ্টো আছে।  প্ৰিয়ংকাই নিউয়ৰ্কত এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছে, তেওঁ ইয়াক অতি ভাৰতীয় ধৰণে নামাকৰণ কৰিছিল।

বিকি কৌশল আৰু কেটৰিনা কাইফক  জোনাছৰ পত্নী 'সোনা' ৰেষ্টুৰেণ্টত একেলগে ফটো তোলা দেখা গৈছিল। বিদেশৰ মাটিত দেশৰ সোৱাদ লোৱাৰ সুযোগ পাই কেটৰিনা কাইফ স্বাভাৱিকতে সুখী। কেটে পোষ্টটোত শিৰোনাম দিছিল, "ঘৰৰ পৰা আঁতৰত – থাকিও ঘৰুৱা এটা পৰিৱেশ পাইছো।

উল্লেখ্য যে, বলীউডৰ আহিবলগীয়া ছবি 'জী লে জাৰা'ত কেটৰিনা আৰু আলিয়াৰ সৈতে পৰ্দা দেখা যাব। বলীউড ডিভা প্ৰিয়ংকা চোপ্ৰাই ফাৰহান আখটাৰৰ হাত ধৰি বলীউডলৈ প্ৰত্যাৱৰ্তন কৰিছে। আনহাতে কেটৰ হাতত কেইখনমান বলীউডৰ চলচ্চিত্ৰও আছে। কেটক 'টাইগাৰ ৩', 'মেৰী খ্ৰীষ্টমাছ'ৰ দৰে চলচ্চিত্ৰত দেখা যাব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ