--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বৰ্ধিত পেট্ৰল-ডিজেলৰ মূল্যৰ মাজতেই এটি ভাল খবৰ। কম মূল্যত লাভ কৰিব পেট্ৰল, ডিজেল৷ বজাৰত ভয়ানক পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিপৰীতে কম মূল্যত পেট্ৰল-ডিজেল যোগান ধৰিবলৈ সাজু ‘গ’ল বায়’ অইল’৷

আৰু পঢ়িব পাৰিব : ‘জয় আই অসম’ ধ্বনিৰে ভাষণ আৰম্ভ প্ৰিয়ংকা গান্ধীৰ

আগন্তুক মে’ মাহৰ পৰা অসমৰ বজাৰত মুকলি হ’ব এই অইল৷ বৰ্তমান বজাৰৰ পেট্ৰল-ডিজেলৰ মূল্যতকৈ প্ৰায় ৯-১০ টকা কম মূল্যত সাধাৰণ জনতাই ক্ৰয় কৰিব পাৰিব এই ইন্ধন৷ খনিজ তেলতকৈ বহুখিনি পৃথক এই তেল৷

আৰু পঢ়িব পাৰিব : সৰ্বভাৰতীয় পৰীক্ষাত দেশৰ ভিতৰতে ৪৮ সংখ্যক স্থান লাভ কৰি শিৱসাগৰলৈ সুনাম কঢ়িয়াই আনিলে আস্থাই

ঘৰত ব্যৱহাৰ কৰি ৰৈ যোৱা তেল তথা অপ্ৰযোজনীয় সামগ্ৰীৰ পৰা নবীকৰণৰ জৰিয়তে প্ৰস্তুত কৰা হয় এই বায়’ অইল৷ প্ৰতিষ্ঠানটোৰ দাবী যে খনিজ তেলতকৈ এই তেলে ৯০ শতাংশ প্ৰদূষণ হ্ৰাস কৰিবলৈ সক্ষম হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ