--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমলৈ গৌৰৱ কঢ়িয়ালে অসম সন্তানে। ভাৰতীয় ফুটবলৰ ২০ বছৰ অনূর্ধ্বৰ দলত অন্তর্ভুক্ত হ'ল মৰিগাঁৱৰ প্রতিভাৱান ফুটবলাৰ মহম্মদ ছামী।

মৰিগাঁও জিলাৰ দলবাৰী গাঁৱত ঘৰ মহম্মদ ছামীৰ। ফুটবলাৰগৰাকীৰ কৃতিত্বত আনন্দৰ জোৱাৰ উঠিছে মৰিগাঁৱত। 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১৭বছৰ অনূর্ধ্বৰ ভাৰতীয় ফুটবল দলৰ হৈ ইণ্ডোনেছিয়া, থাইলেণ্ড আৰু ভূটানত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ফুটবলত অংশগ্রহণ কৰি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল জিলাখনৰ দলবাৰীৰ সু-সন্তান মহম্মদ ছামীয়ে। 

এই খেলুৱৈগৰাকীয়ে ভাৰতীয় দলৰ হৈ এইবাৰো ইণ্ডোনেছিয়াত মিডফিল্ডাৰ হিচাপে খেলিব। 

দিল্লীৰ সুদেভা একাডেমিত ২০২১ চনৰ পৰা প্ৰশিক্ষণৰত আছিল মৰিগাঁৱৰ মহম্মদ ছামী। 

ছামীৰ এই যাত্রা সফল হোৱাৰ লগতে খেলুৱৈ জীৱনৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে মৰিগাঁওবাসীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ