--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তাৰকা দম্পতী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছৰ সন্তানৰ নামকৰণ৷ ৩মাহৰ পূৰ্বে ছেৰোগেচীৰ জৰিয়তে কন্যা সন্তান জন্ম হোৱাৰ কথা ঘোষণা কৰিছিল চেলিব্ৰিটী দম্পতীয়ে। ইয়াৰ পাছৰে পৰা অনুৰাগীসকলৰ মাজত তেওঁলোকৰ সন্তানৰ নামকৰণক লৈ তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছিল৷  টিএমজেডৰ এক প্ৰতিবেদন অনুসৰি, প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছে তেওঁলোকৰ সন্তানৰ নাম মালতি মেৰী চোপ্ৰা জ’নাছ ৰাখিছে বুলি জানিব পৰা গৈছে৷

১৫ জানুৱাৰীত কেলিফৰ্ণিয়াৰ চান ডিয়েগোৰ এখন চিকিৎসালয়ত জন্ম হৈছিল মালতি মেৰীৰ৷ 
তেওঁলোকৰ ছোৱালীৰ নামৰ অৰ্থ ক্ৰমে মালতী ভাৰতীয় মূলৰ সংস্কৃত শব্দৰ, আৰু ইয়াৰ অৰ্থ হৈছে ‘সুগন্ধি ফুল’ বা ‘চন্দ্ৰালোক’।

৩৯ বছৰীয়া অভিনেত্ৰীগৰাকী আৰু ২৯ বছৰীয়া জ’নাছে জানুৱাৰীত তেওঁলোকৰ কেঁচুৱাৰ আগমনৰ খবৰ ইনষ্টাগ্ৰামৰ জৰিয়তে ঘোষণা কৰি কৈছিল যে, ‘আমি নিশ্চিত কৰি আনন্দিত যে আমি ছেৰোগেটৰ জৰিয়তে এটা কেঁচুৱাক আদৰণি জনাইছো। আমি আমাৰ পৰিয়ালৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে এই বিশেষ সময়ত সন্মান সহকাৰে গোপনীয়তা বিচাৰো। আপোনাক বহুত ধন্যবাদ৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ