--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে মহাৰাষ্ট্ৰৰ মুম্বাই আৰক্ষীয়ে এটা ভাবুকি বাৰ্তা লাভ কৰে, য’ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নাম উল্লেখ কৰা হৈছে। এই বাৰ্তাৰ জৰিয়তে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মৃত্যুৰ ভাবুকি দিয়া হয়। বাৰ্তা লাভ কৰাৰ পিছত মহাৰাষ্ট্ৰ আৰক্ষী সক্ৰিয় হৈ পৰে আৰু বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনক বিচাৰি উলিওৱাত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ 

Number of MBBS seats in UP doubled, 17 new medical colleges opened: CM Yogi  | India News - Business Standard


আচলতে মুম্বাইৰ যান-বাহন নিয়ন্ত্ৰণ চেলে এটা অজ্ঞাত নম্বৰৰ পৰা বাৰ্তা পাই য’ত লিখা আছে, ‘যদি যোগী আদিত্যনাথে ১০ দিনৰ ভিতৰত পদত্যাগ নকৰে তেন্তে আমি তেওঁক বাবা ছিদ্দিকীৰ দৰে হত্যা কৰিম।’ এই বাৰ্তা শনিবাৰে (২ নৱেম্বৰ) সন্ধিয়া লাভ কৰে যান-বাহন নিয়ন্ত্ৰণ চেলে, তাৰ পিছত নিৰাপত্তা ব্যৱস্থা পূৰ্বৰ তুলনাত কটকটীয়া কৰা হৈছে। মুম্বাই আৰক্ষী এতিয়া এই বিষয়ত অধিক তদন্ত আৰু ব্যৱস্থা গ্ৰহণত ব্যস্ত।


Emotional blackmail: Definition, how it works, and more
২০২৪ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কেইবাবাৰো মৃত্যুৰ ভাবুকি লাভ কৰিছে। বিভিন্ন স্থানৰ পৰা ভাবুকি দিয়া সকলক গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। যদি কেতিয়াবা ফেচবুক-এক্সৰ জৰিয়তে নতুবা কেতিয়াবা আৰক্ষীলৈ মেছেজৰ জৰিয়তে এই ভাবুকি পোৱা গৈছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যাৰ ভাবুকি দিয়া উত্তৰ প্ৰদেশ, মুম্বাই আৰু বিহাৰৰ পৰা বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Who Was Baba Siddique, Former Maharashtra Minister Shot Dead In Mumbai

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ