--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌন মিলনৰ পাছত অসুস্থ হোৱা পৰিঘটনাটো নতুন কথা নহয়। কিছুদিন পূৰ্বে এজন পুৰুষ যৌন সম্পৰ্কৰ পিছত হৃদৰোগত আক্ৰান্ত হোৱাৰ খবৰ ওলাইছিল।  কিন্তু যৌন সংগমৰ পাছত স্মৃতিশক্তি হেৰুৱাৰ পৰিঘটনাটো নতুন। শেহতীয়াকৈ, আয়াৰলেণ্ডৰ এজন ব্যক্তিৰ ক্ষেত্ৰত এনে ঘটনা সংঘটিত হোৱা দেখা গৈছে। জানিবলৈ পোৱা মতে, পত্নীৰ সৈতে যৌন সংগমৰ দহ মিনিট পিছতে স্মৃতিশক্তি হেৰুৱায় এইগৰাকী বৃদ্ধাই।

অৱশ্যে, কোনো যুৱকৰ লগত এনে কোনো ঘটনা সংঘটিত হোৱা নাই। আয়াৰলেণ্ডৰ মেডিকেল জাৰ্নেলৰ মতে, ব্যক্তিজনৰ বয়স আছিল ৬৬ বছৰ। পত্নীৰ সৈতে যৌন মিলনৰ পাছতহে তেওঁ উপলব্ধি কৰিলে যে তেওঁৰ কিছু স্মৃতি হেৰুৱাই পেলাইছে। যৌন মিলনৰ দহ মিনিট পিছত এনে ঘটনা সংঘটিত হোৱা বুলি পোহৰলৈ আহিছে। মেডিকেল জাৰ্নেলখনৰ মতে, বৃদ্ধাজনে হ্ৰস্বকালীন স্মৃতিশক্তি হেৰুৱাই পেলাইছিল। হঠাতে তেওঁ লক্ষ্য কৰিলে যে, কালি কৰা কামবোৰ মনত পেলাব পৰা নাই। আগদিনা আছিল তেওঁৰ বিবাহ বাৰ্ষিকী অনুষ্ঠান। তাকো পাহৰি যায় তেওঁ। 

আইৰিছ মেডিকেল জাৰ্নেলৰ মতে চিকিৎসাৰ ক্ষেত্ৰত এই অৱস্থাটোক TGA বুলি কোৱা হয়। অৰ্থাত্‍ ট্ৰেনজিট গ্ল’বেল এম্নেছিয়া। ৫০ৰ পৰা ৬০ বছৰ বয়সৰ লোক এই ৰোগত আক্ৰান্ত হয় যৌন সম্পৰ্কৰ পিছত এনে ঘটনা ঘটিব পাৰে।  কিন্তু এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে ৫ঘন্টা পাছতে আৰোগ্য লাভ কৰিব পাৰে।

এই ব্যক্তিজনৰ ক্ষেত্ৰতো কেইবা ঘণ্টা পিছত ঘূৰাই পাইছিল স্মৃতিশক্তি। জানিবলৈ পোৱা মতে, কেইবামাহ পূৰ্বে এই লোকজনৰ লগতো একেই ঘটনা ঘটিছিল। যৌন সম্পৰ্কৰ কিছু সময়ৰ পিছতে কাম নকৰা হয় বৃদ্ধাগৰাকীৰ মগজুৱে। চিকিৎসকে কয় যে, যৌন সংগমৰ উপৰি আন কিছুমান ক্ষেত্ৰত টিজিএই আক্ৰমণ কৰিব পাৰে। যেনে- অত্যধিক শাৰীৰিক পৰিশ্ৰম, অতিৰিক্ত ঠাণ্ডা আৰু গৰম পানীত গা ধুই থকাৰ লগতে মানসিক চাপে অত্যধিক বিষৰ সৃষ্টি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ