--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হাজাৰ হাজাৰ বছৰ ধৰি জীয়াই থকা দুটি বিশেষ জীৱ। এযোৰ অমৰ পাৰ। যিযোৰ পাৰই লাভ কৰিছিল ভগৱান শিৱৰ আশীৰ্বাদ। সাধাৰণতে অমৰনাথ যাত্ৰা কেৱল এক কঠিন ধৰ্মীয় যাত্ৰাই নহয়, ইয়াৰ লগত জড়িত বহুতো অলৌকিক কাহিনী আৰু ৰহস্যই ভক্তসকলৰ মনতো বিশ্বাস গভীৰ কৰি তোলে।

ডিজিটেল ডেস্ক : হাজাৰ হাজাৰ বছৰ ধৰি জীয়াই থকা দুটি বিশেষ জীৱ। এযোৰ অমৰ পাৰ। যিযোৰ পাৰই লাভ কৰিছিল ভগৱান শিৱৰ আশীৰ্বাদ। সাধাৰণতে অমৰনাথ যাত্ৰা কেৱল এক কঠিন ধৰ্মীয় যাত্ৰাই নহয়, ইয়াৰ লগত জড়িত বহুতো অলৌকিক কাহিনী আৰু ৰহস্যই ভক্তসকলৰ মনতো বিশ্বাস গভীৰ কৰি তোলে। ইয়াৰ ভিতৰত এক প্ৰধান আৰু ৰহস্যময় কাহিনী হ’ল এযোৰ পাৰৰ কাহিনী।


প্ৰবাদ অনুসৰি  ভগৱান শিৱই পাৰ্বতীক অমৰত্বৰ ৰহস্য ক’বলৈ অমৰনাথ গুহা বাছি লৈছিল। শিৱই আন কোনোৱে এই গোপন কথা শুনাটো বিচৰা নাছিল। সেয়ে তেওঁ নন্দী, ম’হ, সাপকে ধৰি তেওঁৰ সকলো সংগীক এৰি পাৰ্বতীক লৈ অকলে এই গুহালৈ আহিছিল। কিন্তু যেতিয়া ভগৱান শিৱই অমৰ কাহিনী বৰ্ণনা কৰি আছিল, তেতিয়া সেই গুহাটোত থকা এযোৰ পাৰই এই কাহিনী শুনিছিল আৰু কাহিনী শুনাৰ লগে লগে পাৰযোৰ অমৰ হৈ পৰিছিল।


বিশ্বাস অনুসৰি এই পাৰযোৰ দৰ্শন হ'লে আধ্যাত্মিক সিদ্ধতা আৰু ঐশ্বৰিকতা অনুভৱ হয়। সেয়েহে বহু লোকে অমৰনাথ যাত্ৰালৈ গ'লে এই পাৰযোৰ দৰ্শন কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ স্থানীয় লোকসকলে মতে প্ৰতি পূৰ্ণিমাৰ দিনা মাজনিশা এতিয়াও এই পাৰ চৰাইযোৰ গুহা আহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ