--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ হʼলে শাওণৰ প্ৰতি সোমবাৰে উপবাসে থকাটো অতি উত্তম বুলি গণ্য কৰা হয়।

ডিজিটেল ডেস্কঃ কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ । শাওণ মাহত ৰীতি-নীতি অনুযায়ী পূজাৰ ব্ৰত পালন বা নিয়মসমূহ মানি চলিলেহে ব্ৰত আৰু পূজাৰ সম্পূৰ্ণ ফলাফল লাভ কৰিব পাৰি বুলি বিশ্বাস কৰে ভক্ত‌সকলে। ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ হʼলে শাওণৰ প্ৰতি সোমবাৰে উপবাসে থকাটো অতি উত্তম বুলি গণ্য কৰা হয়।


শাওণৰ সোমবাৰৰ ব্ৰতৰ সম্পূর্ণ সুফল পাবলৈ হ’লে ব্ৰতৰ নিয়মসমূহ আজিয়েই জানি লওক।


শাওণৰ সোমবাৰৰ ব্ৰতৰ সময়ত খাদ্য খোৱা নহয়, এই ব্ৰতত কেৱল ফল খোৱা হয়। শাওণৰ সোমবাৰৰ ব্ৰত পালন কৰিবলৈ পুৱা সোনকালে উঠি শিৱলিংগত পানী ঢালক। তাৰ পিছত বেলপাত, গাখীৰ, গংগা পানী, মৌ, ঘিউ ইত্যাদি আগবঢ়াব। ভগৱান শিৱৰ মন্ত্ৰ ‘ওম নম: শিৱায়’ ৩ বাৰ জপ কৰক। বগা চন্দনৰ তিলক লগাব।


ৰীতি-নীতি অনুসৰি শিৱৰ পৰিয়ালক পূজা কৰক। ঘিউৰ চাকি এটা জ্বলাওক। তাৰ পাছত গোটেই দিনটো উপবাসে থাকিব।


সন্ধিয়া আৰতি কৰি উঠি তাৰ পাছত ফল-মূল খাব। পিছদিনা পুৱা স্নান কৰি শিৱক পূজা কৰক, তাৰ পাছত উপবাস ভংগ কৰক। এই ব্ৰতৰ সময়ত নিমখ সেৱন কৰিব নালাগে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ