--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই বিশেষ দিনটোত তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে নাগ্ৰিজুলী পথৰ ডোঙাৰ গাঁওৰ পৰা ঢেকিপোটালৈ এহেজাৰ জোপা নাহৰৰ পুলি ৰোপণ কৰা হয় আৰু তেনেই গছবোৰ সংৰক্ষণৰ দায়িত্বও গ্ৰহণ কৰে যুৱ সমাজে।

ডিজিটেল ডেস্কঃ তামুলপুৰ জিলাত জুবিন অনুৰাগী আৰু যুৱ সমাজ লতিবাৰীৰ উদ্যোগত আজিৰ দিনটোত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহপূৰ্ণ হোৱাৰ উপলক্ষে এক বিশেষ কাৰ্যসূচী আয়োজন কৰা হয়।


এই বিশেষ দিনটোত তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে নাগ্ৰিজুলী পথৰ ডোঙাৰ গাঁওৰ পৰা ঢেকিপোটালৈ এহেজাৰ জোপা নাহৰৰ পুলি ৰোপণ কৰা হয় আৰু তেনেই গছবোৰ সংৰক্ষণৰ দায়িত্বও গ্ৰহণ কৰে যুৱ সমাজে।


অনুষ্ঠানত নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ পাৰিষদ লক্ষী দাসৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধীয়ে উপস্থিত থাকি উদ্যোগটোক অভিনন্দন জনায়।


প্ৰায় ডেৰ শতাধিক যুৱকে অংশগ্ৰহণ কৰা এই বৃক্ষৰোপণ অভিযানৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ