--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰঙাপৰাৰ ঠাকুৰবাৰী খেল পথাৰৰ কাষতে থকা নৈৰ পাৰত উদ্ধাৰ হয় মাংসখিনি ৷ কেইজনমান যুৱকে নৈখনৰ পাৰত বহু লোকে গো মাংস কাটি থকা প্ৰত্যক্ষ কৰে ৷

ডিজিটেল ডেস্কঃ কাতি বিহুৰ দিনাই ৰঙাপৰাত উদ্ধাৰ হ’ল গো মাংস ৷ গৰুৰ মাংস উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙাপৰাত ৷ 


ৰঙাপৰাৰ ঠাকুৰবাৰী খেল পথাৰৰ কাষতে থকা নৈৰ পাৰত উদ্ধাৰ হয় মাংসখিনি ৷ কেইজনমান যুৱকে নৈখনৰ পাৰত বহু লোকে গো মাংস কাটি থকা প্ৰত্যক্ষ কৰে ৷ উক্ত লোক কেইজনে যুৱক কেইজনক উক্ত স্থানৰ পৰা আতৰি যাবলৈ কয় ৷ পাছত যুৱক কেইজনে আন যুৱকক খবৰ দিয়াত একাংশ লোক উপস্থিত হোৱাৰ পূৰ্বেই গো মাংস কাটি থকা লোক কেইজন মাংস লৈ পলায়ন কৰে ৷ লোক কেইজনে দুখন চাইকেল এখন দা আৰু কিছু মাংস থৈ পলায়ন কৰে ৷ 


প্ৰায় দহজনীয়া এটি দলে গো মাংস কাটি বিতৰন কৰি থকা প্ৰত্যক্ষ কৰিছিল যুৱকৰ দলটিয়ে ৷ ৰাইজে ৰঙাপৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ গৰু মুৰ, দুখন ঠেং আৰু এটা বেগৰ ভিতৰত মাংস উদ্ধাৰ কৰাৰ লগতে এখন দা আৰু দুখন চাইকেল জব্দ কৰে ৷ আৰক্ষীয়ে বৰ্তমান তদন্ত আব্যাহত ৰাখিছে ৷  






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ