--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মহামান্য তিব্বতী ধৰ্ম গুৰু দালাই লামাই লিখি উলিওৱা '' Voice of the Voiceless'' নামৰ এখন মূল্যবান গ্ৰন্থ, দালাই লামা স্বাক্ষৰিত এখন মানপত্ৰ আৰু প্ৰসাদৰ টোপোলা এটাৰে সম্বৰ্ধনা জনায়

ডিজিটেল ডেস্ক : তিব্বতৰ স্বাধীনতা আৰু সনাতনী ধৰ্মৰ সকলোতকৈ পৱিত্ৰ তীৰ্থস্থান কৈলাশ মানসসৰোবৰক চীনৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ বাবে বিগত কেবাবছৰো সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা ভাৰত তিব্বত সহযোগ মঞ্চ, অসম প্ৰান্তৰ সভাপতি আন্তৰ্জাতিক খ্যাতি সম্পন্ন ক্ৰীড়াবিদ-সমাজকৰ্মী কৈলাশ শৰ্মাক আজি তিব্বতী ধৰ্মগুৰু তথা তিব্বতৰ স্বাধীনতাৰ বাবে বৰ্তমান ধৰমশালাত নিৰ্বাসিত হৈ থকা ১৪ দালাই লামাৰ তিব্বতী কেলেণ্ডাৰ অনুসৰি পৱিত্ৰ ৯০ সংখ্যক জন্মদিৱস উপলক্ষে আজি গুৱাহাটীত মেন-চি-খাং তিব্বতী চিকিৎসা কেন্দ্ৰৰ তিব্বতী নিৰ্বাসিত চৰকাৰৰ হৈ মুখ্য চিকিৎসা বিষয়া ড০ টেনজিং গেলেক আৰু থিনলে কালডেঙে তিব্বতী সকলৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে মহামান্য তিব্বতী ধৰ্ম গুৰু দালাই লামাই লিখি উলিওৱা '' Voice of the Voiceless'' নামৰ এখন মূল্যবান গ্ৰন্থ, দালাই লামা স্বাক্ষৰিত এখন মানপত্ৰ আৰু প্ৰসাদৰ টোপোলা এটাৰে সম্বৰ্ধনা জনায়।



ভাষণ প্ৰসংগত ভাৰত তিব্বত সহযোগ মঞ্চ,অসম প্ৰান্তৰ সভাপতি কৈলাশ শৰ্মাই তিব্বতৰ সৈতে ভাৰতৰ লগতে অসমৰ দালাই সম্পৰ্কৰ ওপৰিও হাজাৰ হাজাৰ বছৰৰ পৰা তিব্বতৰ থকা সম্পৰ্কৰ বিষয়ে উনুকিয়াই আগন্তুক দিনত ভাৰতৰ সহযোগত চীনৰ কব্জাৰ পৰা তিব্বতে স্বাধীনতা পাবই বুলি ঘোষণা কৰে আৰু আগ্ৰাসী চীনক তিব্বতৰ পৰা আঁতৰি যাবলৈ দাবী জনায়।


কৈলাশ শৰ্মা,

সভাপতিঃ ভাৰত তিব্বত সহযোগ মঞ্চ, অসম প্ৰান্ত


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ