--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰৱৰ্তী চেম্পিয়নছ ট্ৰফী হ’ব ২০২৫ চনত। এই প্ৰতিযোগিতাত আঠটা দলে অংশগ্ৰহণ কৰিব। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বিশ্বকাপৰ মাজভাগত ঘোষণা কৰিলে যে কোনটো দলে সুযোগ পাব।

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী আয়োজন কৰিব পাকিস্তানে। এইবাৰৰ বিশ্বকাপৰ ফলাফলৰ পৰা নিৰ্বাচিত হ’ব দলসমূহ। বিশ্বকাপৰ চাৰিটা ছেমি ফাইনেলিষ্টৰ উপৰিও আৰু তিনিটা দলে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত খেলাৰ সুযোগ লাভ কৰিব। লীগ পৰ্যায়ৰ শেষত পইণ্ট তালিকাত পঞ্চমৰ পৰা সপ্তম স্থানত থকা দলসমূহে চেম্পিয়নছ ট্ৰফীৰ বাবে খেলাৰ সুযোগ লাভ কৰিব।

২০২১ চনত অনুষ্ঠিত হোৱা আইচিচিৰ ব’ৰ্ডৰ বৈঠকত এনে সিদ্ধান্ত লোৱা হৈছিল। ২০৩১ চনলৈকে এই নিয়ম অনুসৰি চেম্পিয়নছ ট্ৰফীৰ আঠটা দল নিৰ্বাচন কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ