--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত বিৰাট কোহলীক চিনাকি ৰূপত দেখা গৈছে। প্ৰতিখন মেচতে ৰান পাইছে। কিন্তু তেওঁ কোনো অভিলেখ খেদিব নিবিচাৰে। ক্ৰিকেটাৰ হিচাপে প্ৰতিদিনে নিজকে উন্নত কৰি যাব বিচাৰে কোহলীয়ে।

শেহতীয়াকৈ সাংবাদিকৰ আগত ভাৰতীয় প্রাক্তন অধিনায়ক কোহলীয়ে কয়- ''মই সদায় নিজৰ উন্নতিৰ বাবে চেষ্টা কৰো। প্ৰতিটো অনুশীলনত সেই লক্ষ্যৰে কঠোৰ পৰিশ্ৰম কৰো। প্ৰতি বছৰে মই আগৰ বছৰতকৈ ভাল খেলিব বিচাৰো। সেইটোৱেই মোক দীৰ্ঘদিন ধৰি খেলা আৰু পৰিবেশন কৰাত সহায় কৰে।''

তেওঁৰ মতে- ''ধাৰাবাহিকভাৱে ভাল খেলিবলৈ এই মানসিকতা প্ৰয়োজনীয়।’’ কোহলীয়ে কয়- ''যদি আপোনাৰ এই মানসিকতা নাথাকে তেন্তে ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰিব নোৱাৰিব।’’

ক্ৰিকেট দৰ্শনৰ সন্দৰ্ভত কোহলীয়ে কয়, ‘কেতিয়াও পাৰদৰ্শিতা দেখুৱাব বিচৰা নাছিলো। উন্নতিৰ লক্ষ্যৰে আগবাঢ়ি যাব বিচাৰো। কাৰণ মই নাজানো উৎকৃষ্টতাৰ সংজ্ঞা কি। ইয়াৰ কোনো সীমা নাই। কোনো নিৰ্দিষ্ট মাপকাঠী নাই। গতিকে প্ৰতিদিনে উন্নতি কৰিবলৈ চেষ্টা কৰো। যাতে মই ভালকৈ খেলিব পাৰো। আচল লক্ষ্য দলটোক জয় কৰা। ব্যক্তিগত প্ৰদৰ্শন তাত এটা অতিৰিক্ত বোনাছ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ