--°C
Loading...
Listen to Article
2 min read
80%

ডুবাইঃ বিৰিয়ানি, কেৱল খাদ্য সামগ্ৰী নহয়, এটা আৱেগ৷ বিৰিয়ানিৰ গোন্ধ পোৱা মাত্ৰকে জিভাৰ পানী পৰাটো বাঞ্চনীয়া। বিৰিয়ানি হৈছে কেইবাখনো দেশৰে আটাইতকৈ জনপ্ৰিয় ব্যঞ্জন৷ বিৰিয়ানি প্ৰেমীসকলে গেৰুৱা-সোৱাদযুক্ত চাউলৰ ব্যঞ্জনটোৰ সোৱাদ ল'বলৈ যিকোনো পৰ্যায় যাব পাৰে। কিন্তু যদি এজনে বিৰিয়ানিৰ বাবে ২০,০০০ টকা ব্যয় কৰিব লাগে তেন্তে কি হ'ব?

আৰু পঢ়িব পাৰিব : মহাকাশ গৱেষণাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৭ মিনিটৰ ভিডিঅ’ প্ৰকাশ ‘নাছা’ৰ

এনে এক ব্যয় বহুল বিৰিয়ানিৰ ৰেস্তোঁৰা এখন অলপতে ডুৱাইত মুকলি হৈছে৷ য'ত বৰ্তমানলৈ বিশ্বৰ ব্যয়বহুল বিৰিয়ানি পোৱা যায়৷ আৰু এখন থালিৰ দাম হয় ২০,০০০টকা য'ত ডেকোৰেশ্যনৰ বাবে ব্যৱহৃত হয় ২৩ কেৰেটৰ সোণ৷ ডুৱাইৰ বোম্বাই বৰোত নামৰ ৰেস্তোঁৰা এখনত এই ব্যয়বহুল বিৰিয়ানি পোৱা যায়৷

আৰু পঢ়িব পাৰিব : কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পলাশনিত দুৰ্বৃত্তৰ গুলীচালনা : আহত এজন

প্ৰাপ্ত তথ্য অনুসৰি, এই বিৰিয়ানি ৰেস্তোঁৰাখনৰ প্ৰথম বাৰ্ষিকীত উপলদ্ধ হৈছিল৷ এই বিৰিয়ানিৰ এখন থালি এজনে নহয় ৬জন পৰ্যন্ত ব্যক্তিয়ে সোৱাদ ল'ব পাৰিব৷ যাৰ বাবে ইয়াক ৰ'য়েল বিৰিয়ানি বুলিও নামকৰণ কৰা হৈছে৷ য'ত ডেকৰেশ্যনৰ বাবে ২৩ কেৰেট সোণো ব্যৱহৃত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ