--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ৰঙাগ্ৰহ মঙলৰ পৃষ্ঠ স্পৰ্শ কৰাৰ আগৰ ৭ মিনিটৰ ভিডিঅ’ প্ৰকাশ কৰিলে ‘নাছা’ই। নাছাৰ ৰোভাৰ PERSEVERENCEএ তুলিলে পেৰাছ্যুট অৱতৰণৰ সেই দৃশ্য। মহাকাশ গৱেষণাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো মহাকাশযানে এনে ভিডিঅ’প্ৰেৰণ কৰিছে।

আৰু পঢ়িব পাৰিব :কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পলাশনিত দুৰ্বৃত্তৰ গুলীচালনা : আহত এজন

মঙল গ্ৰহৰ বায়ুমণ্ডলৰ একেবাৰে ওপৰৰ স্তৰত প্ৰৱেশ কৰাৰ ২৩০ ছেকেণ্ডৰ পিছৰ পৰাই আৰম্ভ হয় ৰোভাৰৰ মঙলপৃষ্ঠত অৱতৰণৰ এই ভিডিঅ’। সেই সময়ত মহাকাশযানখনৰ গতিবেগ আছিল প্ৰতিঘণ্টাত চাৰে বাৰ হাজাৰ মাইল, অৰ্থাৎ প্ৰতিঘণ্টাত ৰোভাৰখনে অতিক্ৰম কৰিছিল ২০ হাজাৰ ১০০ কিলোমিটাৰ।

আৰু পঢ়িব পাৰিব :বিবাহৰ দিনাই ৰক্তদান কৰি চৰ্চাত দম্পতি

কল্প বিজ্ঞান বাস্তৱত পৰিণত হোৱা যেন অনুভৱ হয়। মঙলগ্ৰহৰ বতাহৰ শব্দও আবদ্ধ হয় পেৰাছ্যুটটোৰ মাইক্ৰ’ফোনত। নাছাই এই ভিডিঅ’ প্ৰকাশ কৰাৰ পাছত অভিভূত বিশ্ববাসী। সঁচা অৰ্থত দৃশ্যমান হ’ল মঙলৰ ধূলিৰে আঁৱৰা ওখোৰা-মোখোৰা ভূ-পৃষ্ঠ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ