--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই মেচখনত প্ৰথম খেলা গায়ানা আমাজন ৱাৰিয়ৰ্ছে ২০ অভাৰত ৬ উইকেটত ২০২ ৰান সংগ্ৰহ কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত ১৮
  • ১ অভাৰত ৬ উইকেটত ২০৩ ৰান সংগ্ৰহ কৰি চেণ্ট লুচিয়া কিংছে মেচখন জয় কৰে।

ডিজিটেল ডেস্কঃ কেৰিবিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ত্ৰয়োদশ মেচত ছেইণ্ট লুচিয়া কিংছে গিয়ানা আমাজন ৱাৰিয়ৰ্ছক ৪ উইকেটত পৰাস্ত কৰে।


এই মেচখনত প্ৰথম খেলা গায়ানা আমাজন ৱাৰিয়ৰ্ছে ২০ অভাৰত ৬ উইকেটত ২০২ ৰান সংগ্ৰহ কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত ১৮.১ অভাৰত ৬ উইকেটত ২০৩ ৰান সংগ্ৰহ কৰি চেণ্ট লুচিয়া কিংছে মেচখন জয় কৰে।


এই মেচখনত ৰোমাৰিয়া শ্বেফাৰ্ডে গিয়ানা আমাজন ৱাৰিয়ৰ্ছৰ হৈ অতি ভাল ইনিংছ খেলি ৩৪টা বলত অপৰাজিত ৭৩ ৰান সংগ্ৰহ কৰে। 


এই সময়ছোৱাত শ্বেফাৰ্ডৰ ষ্ট্ৰাইক ৰেট ২১৪.৭১ হোৱাৰ বিপৰীতে গিয়ানা আমাজন ৱাৰিয়ৰ্ছে প্ৰথমে বেটিং কৰিছিল, তেতিয়া ৰোমাৰিয়া শ্বেফাৰ্ডে দলটোৰ হৈ ১৫ তম অভাৰত বেটিং কৰিছিল । এই অভাৰত তেওঁ ১টা বলত ২০ ৰাণ সংগ্ৰহ কৰে । ছেইণ্ট লুচিয়াৰ হৈ ১৫ নং অভাৰত বলিং কৰি আছিল ওছানে থমাছে । ২টা বল কৰাৰ পিছত থমাছে ২টা ন’ বল কৰে ।


এই ২টা ন’ বলত ৰোমাৰিয়াই ২টা ছয় মাৰে আৰু পাছৰ বলটোও ছয় মাৰে । এইদৰে তেওঁ ন’ বলৰ বিনিময়ত ২ ৰাণ লাভ কৰাৰ লগতে ৩টা ছয় মাৰি ১৮ ৰাণ সংগ্ৰহ কৰে । এইদৰে তেওঁ ১টা বলত মুঠ ২০ ৰাণ সংগ্ৰহ কৰে । এই মেচখনত ৰোমাৰিয়া শ্বেফাৰ্ডে এক উজ্জ্বল ইনিংছ খেলিছিল । তেওঁ ৫টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ৩৪টা বলত ৭৩ ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ