--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চাৰিওজনে ভাৰ উত্তোলনত যুৱ শাখা আৰু জুনিয়ৰ শাখাত সোণৰ পদক লাভ কৰি ভাৰতৰ লগতে অসম তথা গৃহজিলা চৰাইদেউলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্কঃ আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ গেছমত চৰাইদেউৰ চাৰি ভাৰ উত্তোলকৰ দপদপনি। চাৰিওজনে ভাৰ উত্তোলনত যুৱ শাখা আৰু জুনিয়ৰ শাখাত সোণৰ পদক লাভ কৰি ভাৰতৰ লগতে অসম তথা গৃহজিলা চৰাইদেউলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।


কমনৱেলত গেমছত চৰাইদেউ ভাৰ উত্তোলন প্ৰশিক্ষণ কেন্দ্ৰৰ চাৰি ছাত্ৰ অভিনৱ গগৈ,ধৰ্মজ্যোতি দেওঘৰীয়া,ভাবনা গগৈ আৰু হেমন্ত দৈমাৰীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি ভাৰ উত্তোলন বিভাগত আটাইকেইজনে সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱাত গৃহজিলা চৰাইদেউত বৈছে এতিয়া আনন্দৰ বন্যা।


ইয়াৰে ধৰ্মজ্যোতি দেউঘৰীয়াই ৫৬ কেজি যুৱ শাখাত সোণৰ পদকৰ লগতে স্নেটছত পূৰ্বৰ ৰেৰ্কড ভংগ কৰিছে।আনফালে অভিনৱ গগৈয়ে ৭১ কিলোগ্ৰামৰ যুৱ শাখাত স্নেটছত ১২৩ কেজি,ক্লিন এণ্ড জাৰ্কত ১৫৫ কিলোগ্ৰাম উত্তোলন কৰি পূৰ্বৰ ৰেৰ্কড ভংগ কৰিবলৈ সক্ষম হয়। খবৰ লাভ কৰিয়েই অভিনৱ গগৈৰ জন্ম স্থান সাপেখাতীত ফটকা ফুটুৱাই আৱতৰীয়া দেৱালী উদযাপন কৰে ৰাইজে ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ