--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় জীৱন বীমা নিগম (এল আই চি)য়ে শনিবাৰে ঘোষণা কৰে যে '২৪ ঘণ্টাৰ ভিতৰত সৰ্বাধিক জীৱন বীমা পলিচি বিক্ৰী' কৰাৰ অভিলেখেৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰি ইতিহাস গঢ়িছে। 

এই বৰ্ষৰ ২০ জানুৱাৰীত ৪,৫২,৮৩৯গৰাকী এল আই চি এজেণ্টে সমগ্ৰ ভাৰতজুৰি ৫,৮৮,১০৭খন জীৱন বীমা পলিচি জাৰি কৰে। এল আই চিৰ মতে, এই ঐতিহাসিক প্রচেষ্টাই এটা বিশ্বজোৰা খ্যাতি অর্জন কৰিছে। 

উল্লেখযোগ্য যে এল আই চিৰ পৰিচালন সঞ্চালক সিদ্ধার্থ মহান্তিয়ে প্রত্যেকগৰাকী এজেন্টক 'মেড মিলিয়ন দে' 'ৰ দিনা (২০ জানুৱাৰী) কমেও এটা পলিচি সম্পূর্ণ কৰিবলৈ আহ্বান জনাইছিল। 

এই ঐতিহাসিক প্ৰাপ্তিৰ ক্ষণত মহান্তিয়ে সকলো গ্রাহক, এজেন্ট আৰু কৰ্মচাৰীক ধন্যবাদ জনায়। তথ্য অনুসৰি যোৱা মাহত এল আই চিয়ে নতুন ব্যৱসায় প্রিমিয়ামত ১৩,৬১০.৬৩ কোটি টকা সংগ্ৰহ কৰিছে।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ