--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জানিব পৰা মতে শিমলাবাৰী গাঁৱৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ দাঁতিত থকা হোটেলৰ সন্মূখৰ পৰা যুৱকক আটক কৰে।

ডিজিটেল ডেস্কঃ ২৫ অক্টোবৰত বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলাবাৰীৰ পৰা ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে ।


জানিব পৰা মতে শিমলাবাৰী গাঁৱৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ দাঁতিত থকা হোটেলৰ সন্মূখৰ পৰা যুৱকক আটক কৰে। যুৱকজনৰ পৰা দুটা কন্টেনাৰসহ ৪০ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ।আটক হোৱা যুৱকজন বৰপেটা জিলাৰ গৰৈমাৰী গাঁৱৰ গিয়াছ উদ্দিনৰ পুত্ৰ আব্দুল আউয়াল বুলি জানিব পৰা গৈছে।


এক গোপন সূত্ৰৰ ভিত্তিত RFT বঙাইগাঁও, অতিৰিক্ত আৰক্ষী অধীক্ষক নিখতি চিংচন (ক্ৰাইম) আৰু মেৰেৰচৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনিময় তামুলীৰ নেতৃত্বত যৌথভাৱে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক আটক কৰিবলৈ সক্ষম হয়।ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটকাধীন যুৱকজনক মেৰেৰচৰ থানাত লৈ সোধপোচ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ