--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সামাজিক মাধ্যম ট্রুথ ছ'চিয়েলযোগে দেওবাৰে তেওঁৰ প্রশাসনে সন্মানীয় হার্ভার্ড বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় শিক্ষার্থীক নামভর্তি কৰাৰ পৰা বিৰত ৰাখিবলৈ লোৱা সিদ্ধান্তক সমর্থন কৰে। 

ট্রাম্পে কয় যে বিশ্ববিদ্যালয়খনৰ ৩১% শিক্ষার্থী বিদেশী আৰু তাৰে বেছিভাগ দেশৰেই আমেৰিকাৰ সৈতে সম্পর্ক মধুৰ নহয়। ট্রাম্পে লগতে কয় যে হার্ভার্ডৰ পৰা প্ৰব্ৰজনকাৰী শিক্ষাৰ্থীৰ অপৰাধ কাৰ্যাৱলীৰ তথ্য বিচাৰি জনোৱা অনুৰোধ 'যুক্তিসংগত'। 

হার্ভার্ডক বিলিয়ন ডলাৰ প্ৰদান কৰাৰ পাছতো তেওঁলোকে এই তথ্য প্রদানত ইচ্ছুক নহয়। তেওঁ লগতে কয় যে হার্ভার্ডৰ লগত ৫২,০০০,০০০ ডলাৰ আছে আৰু প্রাদেশিক চৰকাৰক পুঁজি বিচাৰি অনুৰোধ জনোৱাৰ সলনি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰা উচিত।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ